• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“হাইপাৰচেক্সুৱেলিটি ডিচঅৰ্ডাৰ”ৰ চিকাৰ কলকাতা কাণ্ডৰ মূল অভিযুক্ত, জানক কি এই ৰোগ

Nation NE by Nation NE
August 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
“হাইপাৰচেক্সুৱেলিটি ডিচঅৰ্ডাৰ”ৰ চিকাৰ কলকাতা কাণ্ডৰ মূল অভিযুক্ত, জানক কি এই ৰোগ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ সংঘটিত হোৱা কলকাতাৰ জঘন্য কাণ্ডই কঁপাই গৈছে সমগ্ৰ দেশ তথা ৰাজ্য। ইতিমধ্যে চিবিআইয়ে, কলকাতাত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে হোৱা অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ তদন্ত কৰি আছে। এই ক্ষেত্ৰত, চিবিআইয়ে ঘটনাৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ মানসিক স্থিতিৰ পৰীক্ষা কৰিছে।

এই পৰীক্ষাৰ সময়ত, সঞ্জয়ক বহুতো প্ৰশ্ন কৰা হৈছিল। তেওঁৰ ম’বাইল ফোনতো বিভিন্নধৰণৰ আপত্তিজনক ভিডিঅ’ পোৱা গৈছিল। এই ভিডিঅ’বোৰৰ বিষয়েও তেওঁক প্ৰশ্ন হৈছিল। সঞ্জয় ৰয়ে এই পৰীক্ষাৰ সময়ত কৈছিল যে, উক্ত ঘটনাৰ দিনা তেওঁ এনেধৰণৰ ভিডিঅ’ চোৱাৰ লগতে  ওচৰৰে নিষিদ্ধ এলেকালৈও গৈছিল।

মনস্তাত্ত্বিক পৰীক্ষাৰ সময়ত, বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে, সঞ্জয় “চেটাইৰিয়াচিছ হাইপাৰচেক্সুৱেলিটি” নামৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।

বিশেষজ্ঞসকলে কয় যে, এইটো এটা মানসিক বিকাৰ। যিটো মগজুৰ বিভ্ৰান্তিৰ বাবে হয়। দিল্লীৰ এইমছৰ মনোৰোগ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ ৰাজকুমাৰে কয়  যে, হাইপাৰচেক্সুৱেলিটি হৈছে এক মানসিক সমস্যা। যি মগজুৰ পথৰ পৰিৱৰ্তনৰ ফলত এনে হ’ব পাৰে। যদি এজন ব্যক্তিৰ মগজুৰ পথত পৰিৱৰ্তন হয়, তেন্তে তেওঁ এনে সমস্যাৰ সন্মূখীন হয়। এনে ব্যক্তিৰ নিজৰ কাৰ্যকলাপৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে।

বহুক্ষেত্ৰত, ইয়াৰ কাৰণ হৈছে মস্তিষ্কত থকা নিউৰোট্ৰেন্সমিটাৰ কাৰ্যত হোৱা বিভ্ৰান্তি। মগজুত চেৰোটনিন, ডোপামিন আৰু ন’ৰেপিনেফ্ৰাইন থাকে। ই ব্যক্তি এগৰাকীৰ মনোভাৱ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যেতিয়া এইবোৰে নিজৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ যায়, তেতিয়া ই ব্যক্তি এগৰাকীৰ যৌন আকাংক্ষা আৰু আচৰণক প্ৰভাৱিত কৰিব পাৰে। যেতিয়া নিউৰোট্ৰেন্সমিটাৰ কাৰ্যৰ অৱনতিয়ে যৌন আকাংক্ষাক প্ৰভাৱিত কৰে, তেতিয়া ব্যক্তি এগৰাকী হাইপাৰচেক্সুয়ালিটি বিকাৰৰ সৃষ্টি কৰিব পাৰে।

ড. ৰাজকুমাৰে ব্যাখ্যা কৰে যে, হাইপাৰচেক্সুৱেলিটিত ভুগি থকা ব্যক্তি এগৰাকীৰ নিজৰ যৌন আকাংক্ষাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে। যৌন আসক্তিৰ বাবে তেওঁ প্ৰায়ে বিচলিত হয় আৰু বিভিন্ন ধৰণে যেনে- হস্তমৈথুন, ভিডিঅ’ৰ আদিৰ জৰিয়তে তেওঁৰ যৌন আকাংক্ষাও পূৰণ কৰে। তেওঁৰ মনত নিকৃষ্ট মনোভাৱৰ উদয় হয়। যদি কোনো কাৰণত তেওঁৰ যৌন আকাংক্ষা পূৰণ নহয়, তেন্তে তেওঁ ইয়াক পূৰণ কৰিবলৈ যিকোনো স্তৰলৈ যাব পাৰে।

গাজিয়াবাদৰ জিলা চিকিৎসালয়ৰ মনোৰোগ বিজ্ঞান বিভাগৰ ডাঃ এ কে কুমাৰে কয় যে হাইপাৰচেক্সুৱেলিটি ডিচঅৰ্ডাৰত ভুগি থকা কিছুমান লোকে প্ৰতিদিনে তেওঁলোকৰ যৌন আকাংক্ষা যিকোনো প্ৰকাৰে পূৰণ কৰিব বিচাৰে।এনে ব্যক্তিয়ে শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যিকোনো ধৰণৰ অপৰাধ সংঘটিত কৰিব পাৰে আৰু পাছলৈ তেওঁৰ মনত কোনো অনুশোচনাও নাথাকে।

যদিহে কোনো কাৰণত এই যৌন আকাংক্ষা পূৰণ নহয়, তেতিয়াহ’লে ই ব্যক্তিগৰাকীৰ মানসিক স্বাস্থ্যৰো অৱনতি কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে তেওঁ হতাশালৈ যাব পাৰে।

এই ৰোগ নিৰাময়ৰ উপায়-

চিকিৎসাবিজ্ঞানত এই ৰোগৰ চিকিৎসা সম্ভৱ বুলি কোৱা হৈছে। চিকিৎসকৰ পৰামৰ্শ আৰু ঔষধৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ বাহিৰেও, এইটোও গুৰুত্বপূৰ্ণ যে, যদিহে কোনো ব্যক্তিৰ সুৰা বা আন কোনো ধৰণৰ নিচাৰ আসক্তি থাকে, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা উচিত। কাৰণ এই বস্তুবোৰে মগজুত ৰাসায়নিক ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে। যাৰ ফলত এনে ধৰণৰ বিকাৰ হোৱাৰ আশংকা থাকে।

এই ৰোগবোৰে সমাজৰ বাবে ভাবুকি হৈ পৰে আৰু বহুতো অপৰাধমূলক ঘটনাৰ সৃষ্টি কৰে। শৈশৱকালত লালন-পালনও এনে সমস্যাৰ কাৰণ হৈ পৰে। বেছিভাগ ক্ষেত্ৰত, ব্যক্তিজনে গমেই নাপায় যে, তেওঁ এনেধৰণৰ সমস্যাত ভুগি আছে।

Tags: Hypersexuality DisorderMedical ScienceMental Health

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025