• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ICCৰ ৰোষত ভাৰতীয় ক্ৰিকেটাৰ; ইংলেণ্ড দলকো বিহিলে জৰিমনা

Nation NE by Nation NE
July 18, 2025
in Top News, ক্ৰীড়া
0 0
ICCৰ ৰোষত ভাৰতীয় ক্ৰিকেটাৰ; ইংলেণ্ড দলকো বিহিলে জৰিমনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আই চি চি) এগৰাকী ভাৰতীয় খেলুৱৈ আৰু ইংলেণ্ড দলক জৰিমনা বিহিছে। শুকুৰবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বেটছমেন প্ৰতীকা ৰাভাল আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলক আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত আইচিচিয়ে জৰিমনা বিহিছে।

এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত পৃথকে পৃথকে সংঘটিত দুটাকৈ কাণ্ডত লেভেল ৱান উলংঘা কৰাৰ বাবে মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে প্ৰতিকা ৰাভালক আৰু অনুশাসনমূলক ৰেকৰ্ডত এটা ডিমেৰিট পইণ্ট সংযোজন কৰা হৈছে।

উল্লেখ্য যে, ইনিংছৰ ১৮ নং অ’ভাৰৰ সময়ত ইংলেণ্ডৰ বলাৰ লৰেন ফাইলাৰৰ সৈতে অপ্ৰয়োজনীয় শাৰীৰিক সংস্পৰ্শ আৰু পৰৱৰ্তী অ’ভাৰত ছফী এক্লেষ্টোনৰ সৈতেও একেই আচৰণ কৰাৰ অভিযোগত ৰাভালক দোষী সাব্যস্ত কৰা হৈছে।

আই চি চিয়ে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত কয় যে ভাৰতীয় অ’পেনাৰগৰাকীক অলপ সময়ৰ ভিতৰত সংঘটিত হোৱা দুটা পৃথক কাণ্ডৰ বাবে শাস্তি প্ৰদান কৰা হৈছে। ১৮ নং অভাৰত ৰান লোৱাৰ সময়ত বলাৰ লৰেন ফাইলাৰৰ সৈতে শাৰীৰিক সংঘাত হৈছিল, যিটো তেওঁ এৰাই চলিব লাগিছিল। পৰৱৰ্তী অভাৰত আউট হোৱাৰ পিছত ড্ৰেছিং ৰুমলৈ উভতি অহাৰ সময়ত তেওঁ বলাৰ ছফী এক্লেষ্টোনৰ সৈতেও অনুৰূপ কাৰ্য সংঘটিত কৰিছিল।

এইদৰে ৰাভালৰ ৰেকৰ্ডত এটা ডিমেৰিট পইণ্ট যোগ কৰা হ’ল কাৰণ ২৪ মাহৰ ভিতৰত এইটো তেওঁৰ প্ৰথম অপৰাধ আছিল।

আইচিচিয়ে লগতে কয় যে ইংলেণ্ড দলটোৱে নিৰ্দিষ্ট সময়ত এটা অভাৰ কমকৈ বলিং কৰাৰ বাবে মন্থৰ অভাৰ ৰেটৰ বাবে মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হৈছে।

বিবৃতি অনুসৰি প্ৰতীকা ৰাভাল আৰু ইংলেণ্ডৰ অধিনায়ক নেট স্কাইভাৰ-ব্ৰুণ্টে মেচ ৰেফাৰীৰ সন্মুখত তেওঁলোকৰ ভুল স্বীকাৰ কৰিছিল আৰু যাৰ বাবে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ’ল।

উল্লেখ্য যে, সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলাত ব্যস্ত। পাঁচখন মেচৰ টি-২০ শৃংখলা দখলৰ পিছত এদিনীয়া শৃংখলাটোও ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতীয় দলে টি-২০ শৃংখলাটো ৩-২ ব্যৱধানত জয়ী হৈছিল।

Tags: England TeamICCPratika Rawal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025