• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সমাধান উলিয়াব পৰা নাই চেম্পিয়নছ ট্ৰফীৰ; কাইলৈ পুনৰ বৈঠক

Nation NE by Nation NE
November 29, 2024
in Top News, ক্ৰীড়া
0 0
সমাধান উলিয়াব পৰা নাই চেম্পিয়নছ ট্ৰফীৰ; কাইলৈ পুনৰ বৈঠক
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত এতিয়াও সমাধান উলিয়াব পৰা নাই আই চি চিয়ে। ইয়াৰ বাবে শুকুৰবাৰে আইচিচিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছিল। এই বৈঠকখনত বিচিচিআইৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।

কিন্তু শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আজিৰ এই বৈঠকতো কোনো সমাধান লাভ নকৰিলে। এই সন্দৰ্ভত শনিবাৰে পুনৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব।

আইচিচিয়ে হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী ২০২৫ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। টুৰ্ণামেণ্টৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে টিম ইণ্ডিয়া। এই দুয়োখন ব’ৰ্ডৰ মাজত চলা অৰিয়া-অৰিৰ বাবেই এই সভাখন অনুষ্ঠিত কৰা হৈছিল।

কিন্তু শেহতীয়া প্ৰতিবেদন অনুসৰি বৈঠকত কোনো সমাধান বিচাৰি পোৱা নগ’ল। এতিয়া পুনৰ বৈঠক অনুষ্ঠিত হ’ব আৰু সেই বৈঠকতে সিদ্ধান্ত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, এইবাৰ পাকিস্তানে লাভ কৰিছিল চেম্পিয়নছ ট্ৰফীৰ আয়োজনৰ স্বত্ব। কিন্তু ভাৰতে পাকিস্তানলৈ নাযাও বুলি স্পষ্ট কৰি দিয়াৰ পিছতেই এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলযোগে অনুষ্ঠিত হ’ব বুলি চৰ্চা লাভ কৰিছে। অৱশ্যে আই চি চিৰ বৈঠকতহে ইয়াৰ সিদ্ধান্ত লোৱা হ’ব। এই বৈঠক শনিবাৰলৈ পিছুৱাই দিছে আই চি চিয়ে।

যদি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলত সন্মতি নিদিয়ে তেন্তে আইচিচিৰ হাতত মাত্ৰ কেইটামান বিকল্পহে থাকিব। এই প্ৰতিযোগিতাখন টিম ইণ্ডিয়া অবিহনে অনুষ্ঠিত হ’ব। কিন্তু এনে হোৱাটো প্ৰায় অসম্ভৱ। যদি ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ অংশ নহয় তেন্তে আইচিচিয়ে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব।

ইয়াৰ উপৰি আন এটা বিকল্প হ’ল প্ৰতিযোগিতাখন বাহিৰলৈ স্থানান্তৰ কৰা বা পাকিস্তান অবিহনে প্ৰতিযোগিতাখন খেলা।

Tags: #BCCIChampions TrophyICCPakistan

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025