• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আইআইটি গুৱাহাটীৰ এজন ছাত্ৰৰ ভয়ংকৰ কাণ্ড, ৮ মাহত চতুৰ্থটো ঘটনা

Nation NE by Nation NE
September 10, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
আইআইটি গুৱাহাটীৰ এজন ছাত্ৰৰ ভয়ংকৰ কাণ্ড, ৮ মাহত চতুৰ্থটো ঘটনা
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ আন এজন ছাত্ৰই লোৱা চৰম সিদ্ধান্তই এক আলোড়নৰ সৃষ্টি কৰিছে।৮ মাহৰ ভিতৰত গুৱাহাটী আইআইটিত সংঘটিত চতুৰ্থ  আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মূলতঃ উত্তৰ প্ৰদেশৰ ছাত্ৰজনে কম্পিউটাৰ বিজ্ঞানত তৃতীয় বৰ্ষত অধ্যয়ন কৰি আছিল। তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু এই ঘটনাৰ উচিত তদন্ত আৰম্ভ কৰে। ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসকলকো আৰক্ষীয়ে অৱগত কৰিছে আৰু গুৱাহাটী আহিবলৈ কৈছে। আৰক্ষীৰ মতে, ছাত্ৰজনে কিয় ইমান কঠোৰ পদক্ষেপ লৈছিল আৰু কি পৰিস্থিতিত এই কাণ্ড সংঘটিত কৰিলে এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীয়ে জনোৱা অনুসৰি, আইআইটি গুৱাহাটীৰ এইটো চতুৰ্থ আত্মহত্যাৰ ঘটনা। ইয়াৰ আগতে ৯ আগষ্টত এগৰাকী ছাত্ৰীৰ মৃতদেহ তাইৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। এই ঘটনাৰ পিছত, শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক ভৱনৰ বাহিৰত একত্ৰিত হৈছিল আৰু যথেষ্ট প্ৰদৰ্শন কৰিছিল।

পিছত, যেতিয়া বিষয়টো অনুসন্ধান কৰা হৈছিল, তেতিয়া গম পোৱা গৈছিল যে, শিক্ষাৰ্থীগৰাকী কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল যাৰ বাবে অধ্যয়নত মনোনিবেশ কৰিবলৈ সক্ষম হোৱা নাছিল। এই বিষয়টোৰ ৰহস্য উদ্ভাৱন নহওঁতেই সোমবাৰে আন এগৰাকী শিক্ষাৰ্থীয়ে পুণৰ আত্মহত্যা কৰে।

এই ঘটনাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছে। শিক্ষাৰ্থীসকলে অভিযোগ কৰে যে, এই ছাত্ৰগৰাকী মানসিকভাৱে বিচলিত হৈ আছিল। তেওঁ প্ৰতিষ্ঠানটোক নিজৰ মেডিকেল ৰিপোৰ্টো দিছিল, ইয়াৰ স্বত্বেও, প্ৰতিষ্ঠান পৰিচালনা সমিতিয়ে তেওঁক উপেক্ষা কৰিছিল। পিছত, প্ৰতিষ্ঠানটোৰ ডিনে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকক আশ্বাস দিয়ে যে, এই প্ৰতিষ্ঠানটো ছাত্ৰ-ছাত্ৰীৰ কল্যাণ আৰু মানসিক স্বাস্থ্যসম্পৰ্কীয় উদ্বেগবোৰ সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে, প্ৰতিটো স্তৰত প্ৰচেষ্টা কৰা হ’ব।

প্ৰতিষ্ঠানটোৰ মুখপাত্ৰৰ মতে, পৰিচালনা সমিতিকে ধৰি প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলোৱে এই ঘটনাত গভীৰভাৱে দুখ প্ৰকাশ কৰে। এই সমস্যাবোৰ সমাধানৰ বাবে, শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিব আৰু এনে ঘটনা পুনৰ যাতে নঘটে তাৰ উচিত ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে। আনহাতে, আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনৰ পৰিয়ালক খবৰ দিয়াৰ লগতে তেওঁলোকক গুৱাহাটীলৈ মাতি অনা হৈছে। তেওঁলোকৰ আগমনৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। বৰ্তমান, আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰিবলৈ চেষ্টা কৰি আছে।

Tags: Educational InstituteGuwahatiIIT

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025