• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কাৰ ভুলৰ বাবে ভাৰতৰ এইকেইখন ঠাইত ৩দিন পলমকৈ পালন কৰা হয় স্বাধীনতা দিৱস

      Nation NE by Nation NE
      August 20, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতত প্ৰতি বছৰে ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। ১৯৪৭ চনৰ আজিৰ দিনটোতে দেশখনে ব্ৰিটিছসকলৰ দাসত্বৰ পৰা মুক্তি লাভ কৰিছিল। কিন্তু ভাৰতত এনে কেইখনমান অঞ্চল আছে, য’ত ৩দিন পাছত অৰ্থাৎ ১৮ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়।

      ভাৰতক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ দীঘলীয়া সংগ্ৰাম কৰিব লগা হৈছিল। বহুসংখ্যক বিপ্লৱীয়ে দেশক ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসর্গা কৰিছিল।

      ইয়াৰ পিছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছসকলৰ দাসত্বৰ পৰা মুক্তি লাভ কৰে। তেতিয়াৰ পৰা, প্ৰতি বছৰে সমগ্ৰ দেশতে ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। অৱশ্যে, পশ্চিম বংগৰ নাদিয়া আৰু মালদা জিলাত ৩দিন পাছত অৰ্থাৎ ১৮ আগষ্টত ভাৰতত স্বাধীনতা দিৱস উদযাপন কৰা হয়। জানো আহক ইয়াৰ কাৰণ-

      ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ সময়ত পশ্চিম বংগৰ নাদিয়া আৰু মালদা জিলা ভাৰতৰ অংশ নাছিল। ১৯৪৭ চনৰ ১৮ আগষ্টত এই দুখন জিলাক স্বাধীন ভাৰতত অন্তৰ্ভূক্ত কৰোৱা হয়। তেতিয়াৰ পৰা,  এই দুখন ঠাইত ১৮ আগষ্টত পালন কৰা হয় স্বাধীনতা দিৱস।

      উল্লেখ্য যে, ভাৰত বিভাজনৰ বাবে ৰেডক্লিফে প্ৰস্তুত আৰু কৰা নিৰ্ধাৰিত মানচিত্ৰত, পশ্চিম বংগৰ হিন্দু সংখ্যাগৰিষ্ঠ জিলা মালদা আৰু নাদিয়াক পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ অংশ হিচাপে দেখুওৱা হৈছিল।

      সেই সময়ত শিৱানীবাছ, শান্তিপুৰ, বোনগাঁও, কল্যাণী, ৰাণাঘাট, শিকাৰপুৰ, কৃষ্ণনগৰ আৰু নদিয়াৰ কৰিমপুৰ আদি চহৰক পূব পাকিস্তানৰ অংশ হিচাপে ঘোষণা কৰা হৈছিল। একেদৰে, মালদাৰ ৰতুৱা আৰু দক্ষিণ দিনাজপুৰৰ বেলুৰঘাট গাওঁকো সেইসময়ত ভাৰতত অন্তৰ্ভুক্ত কৰোৱা হোৱা নাছিল। সেয়েহে যেতিয়া ১৫ আগষ্টত দেশ স্বাধীন হৈছিল, উদযাপনৰ পৰিৱৰ্তে এই অঞ্চলবোৰত প্ৰতিবাদহে আৰম্ভ হৈছিল।

      কোৱা হয় যে, পণ্ডিত শ্যামা প্ৰসাদ মুখাৰ্জী আৰু নাদিয়া ৰাজপৰিয়ালৰ সদস্যসকলে কলিকতাত সেইসময়ত ব্ৰিটিছ প্ৰশাসনক এই কথা জনায়। ইয়াৰ পিছত, সেইসময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনক এই বিষয়ে অৱগত কৰা হৈছিল। খৰখেদাকৈ মাউণ্টবেটেনে পুনৰ বিভাজনৰ নিৰ্দেশ দিছিল।

      এই আদেশৰ অধীনত, হিন্দু সংখ্যাগৰিষ্ঠ জিলা বংগক ভাৰতীয় ভূখণ্ডৰ অধীনলৈ অনা হৈছিল। একে সময়তে, মুছলমান সংখ্যাগৰিষ্ঠ জিলাসমূহ পূৱ পাকিস্তানলৈ হস্তান্তৰ কৰা হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটো ১৭ আগষ্টৰ নিশা সম্পূৰ্ণ হৈছিল। সেয়েহে এই সীমান্তৱৰ্তী গাওঁবোৰে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰিৱৰ্তে ১৮ আগষ্টত স্বাধীনতা উদযাপন কৰিছিল, যিদিনা তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতৰ অংশ হৈছিল। অৱশ্যে, বৰ্তমান এই ২ অঞ্চলৰ লোকে ১৫ আৰু ১৮ আগষ্ট দুয়োটা সময়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

      Tags: Independence dayIndiaIndian Government

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist