• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশলৈ নাযাব! কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ; ৩টাকৈ নম্বৰ মুকলি কেন্দ্ৰৰ

Nation NE by Nation NE
August 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশলৈ নাযাব! কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ; ৩টাকৈ নম্বৰ মুকলি কেন্দ্ৰৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশলৈ নাযাব! হিংসা আৰু প্ৰতিবাদত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবীৰে আৰম্ভ হোৱা প্ৰতিবাদে ধাৰণ কৰিছে তীব্ৰ ৰূপ। হাজাৰ-হাজাৰ ছাত্ৰই উত্তাল কৰি তুলিছে দেশখন।

প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ নকৰা পৰ্যন্ত হিংসাত্মক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰিছে। কেৱল দেওবাৰৰ দিনটোতেই ১৪ গৰাকী আৰক্ষীসহ প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুৱাইছে প্ৰতিবাদত। আৰক্ষীয়ে আটক কৰিছে শ-শ প্ৰতিবাদকাৰীক।

চুবুৰীয়া দেশখনত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে সতৰ্কতামূলক পদক্ষেপ। দেশখনত থকা ভাৰতীয় নাগৰিকসকলক সাৱধানে থাকিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে। পৰৱৰ্তী নিৰ্দেশনা লাভ নকৰা পৰ্যন্ত দেশখনত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিদেশ মন্ত্ৰালয়ে।

ইয়াৰ লগতে বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলক সাৱধানে থকাৰ লগতে চলাচল সীমিত কৰিবলৈ আহ্বান জনাইছে। ঢাকাত থকা ভাৰতীয় লোকসকলক ভাৰতীয় উচ্চায়ুক্তৰ সৈতে সততে যোগাযোগত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

দেশখনৰ চৰম হিংসাত্মক পৰিস্থিতিত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক উদ্দেশ্যি এই পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ লগতে বিদেশ মন্ত্ৰালয়ে মুকলি কৰিছে তিনিটাকৈ নম্বৰ। বিপদত বা জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক 8801958383679, 8801958383680, 8801937400591 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে।

বাংলাদেশৰ শিক্ষাৰ্থীসকলে যোৱা মাহত বিতৰ্কিত চাকৰি কোটা আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। এই প্ৰতিবাদ এতিয়া চৰকাৰ বিৰোধী আন্দোলনলৈ ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্টৰূপত উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে।

দেশখনত উদ্ভৱ হোৱা এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৬,৭০০ ভাৰতীয় শিক্ষাৰ্থী বাংলাদেশৰ পৰা উভতি আহিছে।

Tags: BangladeshProtestsStudents Protests

Related Posts

শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025

শীৰ্ষ সংবাদ

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025