• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 9, 2026
27 °c
Guwahati
28 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

Nation NE by Nation NE
March 8, 2026
in Top News, ক্ৰীড়া
0 0
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Share on FacebookShare on TwitterWhatsApp

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল। হোয়াইট বল ফৰ্মেটত একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড।

ইতিহাস সৃষ্টিৰ উদ্দেশ্যেৰে কিউইৰ বিৰুদ্ধে খেলপথাৰত প্ৰৱেশ কৰিব টিম ইণ্ডিয়াই। আজিলৈকে কোনো আয়োজক দলে খিতাপ জয় কৰিব পৰা নাই, কোনো দলেই একেৰাহে দুবাৰকৈ ট্ৰফী দখল কৰিবলৈ সক্ষম হোৱা নাই। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এই কৃতিত্ব অৰ্জন কৰিবলৈ এখোজ দূৰত টীম ইণ্ডিয়া। ইফালে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা কিউই দলটোৱে প্ৰথমটো খিতাপ দখলৰ বাবে নিজৰ লক্ষ্য স্থিৰ ৰাখিছে।এনে পৰিস্থিতিত আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত দুয়োটা দলৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা দেখা যাব।

এই পৰ্যন্ত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুঠ ৩০ খন টি-২০ মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ১৮খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ১১খনত জয়লাভ কৰিছে।টি-২০ বিশ্বকাপৰ ঠিক আগতে ভাৰতত দুয়োটা দলৰ মাজত পাঁচখন মেচৰ শৃংখলা অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে ৪-১ত জয়লাভ কৰিছিল।

টি-২০ মেচৰ যিখন খেলপথাৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ৰঙা আৰু ক’লা মাটিৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে। এই খেলপথাৰখনেই আছিল যোৱা বছৰৰ আই পি এলৰ ফাইনেলৰ স্থান। এই খেলপথাৰত খেলা আঠখন খেলৰ ভিতৰত পাঁচখন খেলত চেজিং দলটোৱে জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে বিশ্বকাপৰ ছুপাৰ ৮ ৰাউণ্ডত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় দলটো। যিখন খেলপথাৰত ভাৰতে ১৮৮ ৰানৰ লক্ষ্য খেদিবলৈ ব্যৰ্থ হৈছিল, সেইখন পিটচ ক’লা মাটিৰে নিৰ্মাণ কৰা হৈছিল। এই একেখন খেলপথাৰতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। এইবাৰ খিতাপৰ যুঁজখন ক’লা মাটিৰে নিৰ্মিত খেলপথাৰত নহয়, যি টীম ইণ্ডিয়াৰ বাবে কিছু সকাহ হৈ পৰিছে। গতিকে আজি সন্ধিয়া ৭ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখন অতি ৰোমাঞ্চকৰ হব বুলি সকলোৱে আশা কৰিছে।

Tags: #cricketIndia vs New ZealandSports

Related Posts

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

March 9, 2026
ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত

ইৰাণত ক’লা বৰষুণৰ সতৰ্কবাণী! প্ৰতি টোপাল বৰষুণে ক্ষতি কৰিব পাৰে মানৱ শৰীৰত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026

শীৰ্ষ সংবাদ

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত

ইৰাণত ক’লা বৰষুণৰ সতৰ্কবাণী! প্ৰতি টোপাল বৰষুণে ক্ষতি কৰিব পাৰে মানৱ শৰীৰত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025