• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত

Nation NE by Nation NE
March 9, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত
Share on FacebookShare on TwitterWhatsApp

পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ৮ মাৰ্চত ছৌদি আৰৱৰ আল-খাৰ্জৰ আৱাসিক এলেকাত ক্ষেপণাস্ত্ৰৰ আঘাতত ২ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয়। ছৌদি আৰৱৰ অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ে এই কথা নিশ্চিত কৰে।

বিষয়াসকলৰ মতে, নিহতসকলৰ ভিতৰত এজন ভাৰতীয় নাগৰিক আৰু এজন বাংলাদেশী নাগৰিক আছে, আনহাতে আহত ১২ জনেই বাংলাদেশী বাসিন্দা। ৰক্ষণাবেক্ষণ আৰু চাফাই কোম্পানী এটাৰ আৱাসিক কমপ্লেক্সক লক্ষ্য কৰি এই আক্ৰমণত অট্টালিকাসমূহৰ যথেষ্ট ক্ষতিসাধন হয়।

অসামৰিক প্ৰতিৰক্ষাৰ এগৰাকী চৰকাৰী মুখপাত্ৰই সামাজিক মাধ্যমত জনাইছে যে, আল-খাৰ্জ প্ৰদেশৰ এটা ৰক্ষণাবেক্ষণ কোম্পানীৰ আৱাসিক কমপ্লেক্সত ক্ষেপণাস্ত্ৰই খুন্দা মৰাৰ তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰ আৰু সাহায্যকাৰী দলে সেই স্থানত উপস্থিত হয়। তেওঁ উল্লেখ কৰে যে, এই দুৰ্ঘটনাত ভাৰতীয় আৰু বাংলাদেশী নাগৰিক নিহত হোৱাৰ বিপৰীতে ১২ জন বাংলাদেশী আহত হয়। এই মুহূৰ্তত মৃত লোকজনৰ পৰিচয় আৰু নাম প্ৰকাশ কৰা হোৱা নাই।

মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে। উপসাগৰীয় দেশসমূহৰ বিৰুদ্ধে ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ শেহতীয়া বাতৰিয়ে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে। পৰিস্থিতিৰ পোহৰত ছৌদি আৰৱত বসবাস কৰা ভাৰতীয় নাগৰিকৰ বাবে ভাৰতৰ দূতাবাস ৰিয়াধে এক পৰামৰ্শ জাৰি কৰিছে। দূতাবাসে ভাৰতীয়সকলক সজাগ হৈ থাকিবলৈ, ছৌদি কৰ্তৃপক্ষই জাৰি কৰা নিৰাপত্তা নিৰ্দেশনা মানি চলিবলৈ, স্থানীয় প্ৰশাসন আৰু দূতাবাসৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।

Tags: Middle EastMissile attackSaudi Arab

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025