• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE by Nation NE
February 4, 2026
in Top News, ক্ৰীড়া
0 0
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Share on FacebookShare on TwitterWhatsApp

টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে। ইয়াৰ ফলত  ক্ৰিকেটপ্ৰেমীৰ মাজত এক বিতৰ্কিত পৰিবেশৰো সৃষ্টি হৈছে।

পাকিস্তানৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট খেলখনৰ খৰচ প্ৰায় ২৩ বিলিয়ন টকা হ’ব বুলি অনুমান কৰা হৈছিল। যদি পাকিস্তানে নিজৰ সিদ্ধান্তত অটল থাকে আৰু ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰে তেন্তে বৃহৎ বিতৰ্কৰ সৃষ্টি হ’ব আৰু ২৩ বিলিয়ন টকা জৰিমনা ভৰিব লাগিব।

পিছে ইয়াৰ পিছতো পাকিস্তানৰ জনসাধাৰণে পাকিস্তানৰ ক্ৰিকেট দলে লোৱা খেল বৰ্জনৰ সিদ্ধান্ত একেবাৰে শুদ্ধ বুলি মন্তব্য কৰে। ইয়াৰোপৰি ICCক সমালোচনা কৰি এজন পাকিস্তানে কয় যে, ICCয়ে এতিয়া নিৰপেক্ষ সংগঠন হিচাপে কাম নকৰে, বৰঞ্চ ভাৰতীয় ক্ৰিকেট পৰিষদত পৰিণত হৈছে। কিয়নো ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ICCৰ ৰাজহৰ এক উল্লেখযোগ্য অংশ অৱদান আগবঢ়ায়। ফলস্বৰূপে আন ক্ৰিকেট ব’ৰ্ডৰ উদ্বেগক গুৰুত্বসহকাৰে লোৱা নহয়। আন এগৰাকী পাকিস্তানীয়ে কয় যে, পাকিস্তানৰ এই সিদ্ধান্ত আত্মসন্মানৰ বিষয়, আৰু ভৱিষ্যতে ICCয়ে স্বীকাৰ কৰিব লাগিব যে পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ।

পাকিস্তানে কয় যে, ভাৰতৰ সৈতে পাকিস্তানৰ খেল বৰ্জনৰ ফলত প্ৰতিযোগিতাখনৰ বাবে ICCৰ পৰা পোৱা ধন হ্ৰাস পাব পাৰে। উদাহৰণস্বৰূপে, যদি পাকিস্তানে ৫০ কোটি টকা পোৱাৰ কথা আছিল, তেন্তে হয়তো ৩৫ কোটি টকা পাব, কিন্তু ইয়াক বিশেষ লোকচান বুলি গণ্য কৰা নহয়।

পিছে প্ৰকৃত লোকচান ভাৰত-পাকিস্তানৰ মেচত যথেষ্ট বিনিয়োগ কৰা আইচিচি আৰু ভাৰতীয় সম্প্ৰচাৰকসকলে বহন কৰিব বুলি কোৱা হৈছে। কোৱা হয় যে এই মেচখনৰ প্ৰতি মিনিটৰ বিজ্ঞাপনৰ মূল্য কোটি কোটি। পাকিস্তানে যুক্তি দিছে যে এই প্ৰতিযোগিতাখন তেওঁলোকৰ ঘৰুৱা প্ৰতিযোগিতা নহয়, গতিকে আৰ্থিক লোকচান সীমিত হ’ব।

Tags: #cricketIndiaSports

Related Posts

‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025