• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ, ২ মাহতে পাকিস্তানে হেৰুৱালে ১২৪০ কোটি টকা…

Nation NE by Nation NE
August 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ, ২ মাহতে পাকিস্তানে হেৰুৱালে ১২৪০ কোটি টকা…
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে পিছতে ভাৰতৰ ফালৰ পৰা ২৩ এপ্ৰিলত সিন্ধু জল সন্ধি স্থগিত ৰখা হৈছিল। ইয়াৰ পিছতে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ বিমানক্ষেত্ৰ অৰ্থাৎ এয়াৰস্পেচ বন্ধ কৰিছিল। ইয়াৰ বাবে পাকিস্তানে ১২৪০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল।

৮ আগষ্টত পাকিস্তানৰ সংবাদ মাধ্যমে সদৰি কৰা অনুসৰি, পাকিস্তানে দুমাহতে ৪.১০ আৰৱ অৰ্থাৎ ১২৪০ কোটিৰ লোকচানৰ সন্মুখীন হৈছে। পাকিস্তানৰ ৰক্ষা মন্ত্ৰালয়ৰ অনুসৰি, এই লোকচান ২৪ এপ্ৰিলৰ পৰা ৩০ জুন ২০২৫ৰ ভিতৰত হৈছে। এই পদক্ষেপৰ দ্বাৰা দিনৌ ১০০ৰ পৰা ১৫০খন ভাৰতীয় বিমান প্ৰভাৱিত হৈছে।

ইফালে আকৌ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, এই লোকচানৰ পিছতো ২০১৯ চনত পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ মুঠ ৰাজহ ৫০৮ হাজাৰ ডলাৰৰ পৰা ২০২৫ চনত ৭ লাখ ৬০ হাজাৰ ডলাৰলৈ বৃদ্ধি পাইছে। ৰক্ষা মন্ত্ৰালয়ে লগতে কয় যে, আকাশমাৰ্গৰ নিষেধাজ্ঞা ফেডাৰেল চৰকাৰৰ অধীনস্থ। উল্লেখ্য যে, ২০১৯ চনত সীমান্ত অতিক্ৰম কৰা উত্তেজনাৰ বাবে আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে পাকিস্তানে ৫৪ মিলিয়ন ডলাৰ লোকচান কৰিছিল।

পাকিস্তানৰ আকাশমাৰ্গ এতিয়াও ভাৰতীয় বিমানৰ বাবে বন্ধ হৈয়ে আছে আৰু আগষ্ট মাহৰ শেষ সপ্তাহলৈকে বন্ধ থাকিব। একেদৰে ভাৰতীয় আকাশমাৰ্গও বন্ধ হৈ থাকিব আৰু সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ সময়ত কোনো মূল্য বেছি নহয় বুলি ভাৰত মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে।

Tags: Air SpaceIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025