• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 13, 2025
32 °c
Guwahati
28 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ এক পদক্ষেপে বিশ্বত সৃষ্টি কৰিলে আলোড়নৰ, চীন আৰু পাকিস্তানকে ধৰি আচৰিত আমেৰিকা

      Nation NE by Nation NE
      November 18, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ভাৰতৰ এক পদক্ষেপে বিশ্বত সৃষ্টি কৰিলে আলোড়নৰ, চীন আৰু পাকিস্তানকে ধৰি আচৰিত আমেৰিকা

      Hypersonic Missile of India before launching

      Share on FacebookShare on TwitterWhatsApp

      হাইপাৰছ’নিক মিছাইল নিৰ্মাণত সফল হৈছে ভাৰত। এয়া ভাৰতৰ প্ৰথম হাইপাৰছনিক মিছাইল। এই একেটা প্ৰযুক্তিয়েই আমেৰিকাই বছৰ বছৰ ধৰি লাভ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। এতিয়া ভাৰতীয় ক্ষেপণাস্ত্ৰই ১৫০০ কিলোমিটাৰ পৰ্যন্ত যিকোনো ঠাইয়েই ধ্বংস কৰিবলৈ সক্ষম হ’ব।

      ভাৰতে নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি চীন আৰু পাকিস্তানত আতংকৰ সৃষ্টি কৰিছে। দেওবাৰে ভাৰতে দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে। ৰাছিয়া আৰু চীনৰ দৰে বিশ্বৰ মহাশক্তিত হাইপাৰছ’নিক মিছাইল আছে যদিও এতিয়া ভাৰতীয় বিজ্ঞানীসকলে দেশখন অস্ত্ৰৰ ক্ষেত্ৰত কিমান আত্মনিৰ্ভৰশীল আৰু আধুনিক হৈ পৰিছে সেয়া প্ৰমান কৰিছে।

      ভাৰতৰ হাতত এতিয়া সেই একেবোৰ ক্ষেপণাস্ত্ৰ আছে, যাৰ বিৰুদ্ধে ইউক্ৰেইনত আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা বিফল হৈছিল। চীন আৰু ৰাছিয়াই যি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে, সেই প্ৰযুক্তি ভাৰতে নিজাববীয়াকৈ লাভ কৰিছে। ভাৰতে এনে এটা চমক দিছে যে, চীন আৰু পাকিস্তানক বাদেই, আনকি আমেৰিকাও আচৰিত হৈছে।

      হাইপাৰছ’নিক মিছাইল নিৰ্মাণত ভাৰতৰ এই প্ৰথম পৰীক্ষা সম্পূৰ্ণৰূপে সফল হয়। হাইপাৰছ’নিক শক্তি থকা দেশসমূহত ভাৰতে যোগদান কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে এই হাইপাৰছ’নিক মিছাইলৰ পৰীক্ষাৰ ভিডিঅ’ পোষ্ট কৰি ভাৰতৰ ঐতিহাসিক সফলতাৰ কথা ঘোষণা কৰে।

      ভাৰতৰ বাবে এয়া আছিল এক ঐতিহাসিক মুহূৰ্ত। প্ৰথমে কাউণ্টডাউন শেষ হয় আৰু তাৰ পিছত এই ক্ষেপণাস্ত্ৰই আকাশ স্পৰ্শ কৰে। ভাৰতীয় বিজ্ঞানীসকলৰ আশা অনুসৰি এই ক্ষেপণাস্ত্ৰখনে ভাৰতৰ গৌৰৱত সংযোজন হয় এক নতুন তৰা। এয়া ভাৰতৰ প্ৰথম হাইপাৰছনিক মিছাইল। এই একেটা প্ৰযুক্তি যিটো আমেৰিকাই বছৰ বছৰ ধৰি লাভ কৰিবলৈ সংগ্ৰাম কৰি আহিছে।

      কিমান শক্তিশালী এই ক্ষেপণাস্ত্ৰ?

      ভাৰতীয় ক্ষেপণাস্ত্ৰই ১৫০০ কিলোমিটাৰ পৰ্যন্ত যিকোনো ঠাইয়েই ধ্বংস কৰিবলৈ সক্ষম হ’ব। এই ক্ষেপণাস্ত্ৰৰ গতিবেগ হৈছে ৭৪০০ কিলোমিটাৰ প্ৰতি ঘণ্টা। ভাৰতীয় বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে এই ক্ষেপণাস্ত্ৰ। এই ক্ষেপণাস্ত্ৰই ভাৰতৰ শত্ৰুৰ চিন্তা বৃদ্ধি কৰিবলৈ গৈ আছে, কাৰণ বিশ্বৰ কোনো এয়াৰ ডিফেন্সে ইয়াক ৰোধ কৰিব নোৱাৰে। ভাৰত এতিয়া হাইপাৰছ’নিক মিছাইলেৰে ১৫০০ কিলোমিটাৰ দূৰত্বলৈকে পাৰমাণৱিক আক্ৰমণ কৰিবলৈ সক্ষম হৈছে। অনুমান কৰা হৈছে যে, চীনে পাকিস্তানক হাইপাৰছ’নিক মিছাইলও দিছে, যদিও এয়া ভাৰতৰ প্ৰাৰম্ভিক সফলতা।

      হাইপাৰছ’নিক গতিৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ক্ষমতা লাভ কৰাৰ পিছত ইয়াৰ ওপৰত অধিক গৱেষণা অব্যাহত থাকিব আৰু ভাৰতে বহুতো মাৰাত্মক ক্ষেপণাস্ত্ৰ উৎপাদন কৰিব পাৰে। হাইপাৰছনিক ক্ষেপণাস্ত্ৰক আধুনিক যুগৰ ব্ৰহ্মস্ত্ৰ বুলি কোৱা হয় আৰু বিশ্বৰ শক্তিশালী দেশৰ তালিকাত থাকিবলৈ ভাৰতত হাইপাৰছনিক মিছাইল থকাটো প্ৰয়োজনীয় আছিল।

      Tags: AmericaHypersonic MissileIndia

      Related Posts

      চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাজ্যসভালৈ মনোনীত
      Top News

      July 13, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 13, 2025
      অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত
      Top News

      অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

      July 12, 2025
      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
      Top News

      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

      July 12, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

      July 12, 2025
      ভয়ংকৰ তথ্য! মুছলমান ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল চাংগুৰ বাবাই

      শীৰ্ষ সংবাদ

      চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাজ্যসভালৈ মনোনীত

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

      পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

      ভয়ংকৰ তথ্য! মুছলমান ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল চাংগুৰ বাবাই

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist