• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
31 °c
Guwahati
29 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰত চৰকাৰৰ

      Nation NE by Nation NE
      April 30, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰত চৰকাৰৰ
      Share on FacebookShare on TwitterWhatsApp

      পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে। এতিয়া ভাৰতৰ কোনো লোকে চাব নোৱাৰিব পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে আন বহু পাকিস্তানী ক্ৰিকেটাৰৰ বিৰুদ্ধে এইধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

      উল্লেখ্য যে শ্বাহিদ আফ্ৰিদীৰ পূৰ্বে ভাৰতত শ্বোৱেইব আখতাৰ, ৰছিদ লতিফ, তনবীৰ আহমেদৰ দৰে কিংবদন্তি ক্ৰিকেটাৰৰ ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছিল। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

      জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত শ্বাহিদ আফ্ৰিদীয়ে বিৰূপ মন্তব্য প্ৰদান কৰিছিল। আফ্ৰিদীয়ে কৈছিল, ‘এই বিষয়ত কোনো ৰাজনীতি হ’ব নালাগে বুলি মোৰ বিশ্বাস। ভাৰতত আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে পোনপটীয়াকৈ পাকিস্তানৰ নাম প্ৰকাশ কৰা হয়। আনহাতে ভাৰতে প্ৰমাণ লৈ আগবাঢ়ি আহিব লাগে আৰু তাৰ পিছত বিশ্ববাসীক জনাব লাগে। কোনো ধৰ্মই সন্ত্ৰাসবাদক সমৰ্থন নকৰে।’

      আফ্ৰিদীয়ে আৰু কয় যে ভাৰতত যি ঘটিল সেয়া অতি দুৰ্ভাগ্যজনক। পাকিস্তানত যি হৈ আহিছে সেয়াও আক্ষেপৰ বিষয়, এনে হ’ব নালাগে। মোৰ বিশ্বাস চুবুৰীয়া দেশসমূহে ইজনে সিজনৰ লগত ভালকৈ জীয়াই থাকিব লাগে আৰু কাজিয়া এৰাই চলিব লাগে।

      পূৰ্বতে কৰা এই মন্তব্যৰ পিছত আফ্ৰিদীয়ে পুনৰ আপত্তিজনক মন্তব্য আগবঢ়াইছে। এইবাৰ তেওঁ কয় যে মই আচৰিত হৈছো যে আক্ৰমণৰ এঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মিডিয়া বলীউডত পৰিণত হ’ল। ভগৱানৰ স্বাৰ্থত সকলো বলীউড কৰি নেপেলাব। ভাৰতত ফটকা বিস্ফোৰণ হ’লেও এয়া পাকিস্তানে কৰা বুলি কয়। কাস্মীৰত আপোনালোকৰ ৮ লাখ সেনা থকাৰ পিছতো এনেকুৱাই হ’ল। অৰ্থাৎ আপোনালোক নিষ্কৰ্মা আৰু অসাৰ যে জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰে।

      উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হৈছিল এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। এই আক্ৰমণৰ পিছতে ক্ষোভিত হৈ থকা ভাৰত চৰকাৰে পাকিস্তান সন্দৰ্ভত বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

      Tags: Indian GovtShahid AfridiYoutube

      Related Posts

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      শীৰ্ষ সংবাদ

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist