• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ISPL দ্বিতীয় ছিজনৰ বাবে চেন্নাই সিংঘমছ দলত চুক্তিবদ্ধ অসমৰ ডেভিড গগৈ

Nation NE by Nation NE
December 12, 2024
in Top News, অসম, ক্ৰীড়া
0 0
ISPL দ্বিতীয় ছিজনৰ বাবে চেন্নাই সিংঘমছ দলত চুক্তিবদ্ধ অসমৰ ডেভিড গগৈ
Share on FacebookShare on TwitterWhatsApp

অসমৰ টেনিছ বল ক্ৰিকেটৰ চিৰ পৰিচিত নাম ডেভিড গগৈয়ে পুনৰ এবাৰ উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ত। টেনিছ বল ক্ৰিকেটক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান ষ্ট্ৰিট প্ৰিমিয়াৰ লীগ চমুকৈ ISPLত ডেভিড গগৈয়ে দ্বিতীয় ছিজনৰ বাবে চুক্তিবদ্ধ হ’ল চেন্নাই সিংঘমছ দলত।

বুধবাৰে মুম্বাইত অনুষ্ঠিত হোৱা নিলামত চেন্নাই সিংঘমছ দলে অসমৰ ডেভিড গগৈক ৪.২০ লাখ টকাত চুক্তিবদ্ধ কৰে। প্ৰতিযোগিতাখনৰ বাবে তেওঁৰ বেছ প্ৰাইজ আছিল ৩ লাখ টকা।

২০২৫ বৰ্ষৰ ছিজনৰ বাবে ৫৫ খন চহৰৰ মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰ নিলামৰ বাবে নিৰ্বাচিত হৈছিল। এইবাৰৰ নিলামত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ক্ৰিকেটাৰগৰাকী হৈছে অভিষেক কুমাৰ দালহোৰ। অনুভৱী অলৰাউণ্ডাৰগৰাকীক মাঝি মুম্বাই দলে ২০,৫০,০০০ টকাত ক্ৰয় কৰে।

নিলামত দ্বিতীয় সৰ্বাধিক মূল্যত বিক্ৰী হয় কেটন মাত্ৰে। তেওঁক চেন্নাই চিংঘমছে ১৭.২৫ লাখ টকাত ক্ৰয় কৰে। ফালকন ৰাইজাৰ্ছ হায়দৰাবাদ দলে ইৰফান উমেইৰক ১৬.৫০ লাখ টকাত ক্ৰয় কৰে। আগন্তুক ছিজনৰ বাবে তৃতীয় সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ক্ৰিকেটাৰ হৈছে ইৰফান।

ইণ্ডিয়ান ষ্ট্ৰিট প্ৰিমিয়াৰ লীগ (ISPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা T10 টেনিছ বল ক্ৰিকেট লীগ। দেশৰ চুকে কোণে সিচৰিত হৈ থকা উদীয়মান ক্ৰিকেট প্ৰতিভাক এখন উপযুক্ত প্লেটফৰ্ম উপহাৰ দিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে ২০২৪ চনত আৰম্ভ হৈছিল এই লীগ।

এই প্ৰতিযোগিতাখনৰ আৰম্ভণি ছিজনত ডিব্ৰুগড়ৰ সন্তান ডেভিড গগৈয়ে বলিউদৰ অভিনেতা অমিতাভ বচ্চন মালিকানাধীন মাঝি মুম্বাইৰ হৈ অংশগ্ৰহণ কৰিছিল। প্ৰথম ছিজনত ডেভিড গগৈৰ দল মাঝি মুম্বাইয়ে ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। চেম্পিয়ন হৈছিল টাইগাৰ্ছ অৱ কলিকতা।

ISPLৰ প্ৰথম ছিজনত ৩ লাখ টকাত বিক্ৰী হোৱা ডেভিড গগৈয়ে এইবাৰ ৪.২০ লাখ টকাত চেন্নাই সিংঘমছ দলত চুক্তি হোৱাক লৈ অসমৰ ক্ৰিকেট অনুৰাগীৰ মাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, যোৱাবাৰ এই প্ৰতিযোগিতাখনৰ মূল সমিটিৰ সদস্য হিচাপে আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিচিচিআইৰ কোষাধ্যক্ষ আশীষ শ্বেলাৰ আৰু আমোল কালে। আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক প্ৰতিযোগিতাখনৰ চিফ মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

ছয়টা দলৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন। দল কেইটা হৈছে-

বেংগালোৰ ষ্ট্ৰাইকাৰ্ছ- মালিক- ঋত্বিক ৰোশন

চেন্নাই সিংঘমছ- মালিক- দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা সুৰিয়া

ফালকন ৰাইজাৰ্ছ হায়দৰাবাদ- মালিক- ৰাম চৰণ

টাইগাৰ্ছ অৱ কলিকতা- মালিক- চেইফ আলী খান আৰু কৰিণা কাপুৰ খান

মাঝি মুম্বাই- মালিক- অমিতাভ বচ্চন

শ্ৰীনগৰ কে বীৰ- মালিক- অক্ষয় কুমাৰ

Tags: #AssamChennai SingamsDevid GogoiDibrugarhISPLTennis Ball Cricket

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025