• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; স্থান নাপালে এই কেইগৰাকী তাৰকাই

Nation NE by Nation NE
October 26, 2024
in Top News, ক্ৰীড়া
0 0
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; স্থান নাপালে এই কেইগৰাকী তাৰকাই
Share on FacebookShare on TwitterWhatsApp

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। অষ্ট্ৰেলিয়াৰ মাটিত খেলিবলগীয়া ৫ খন মেচৰ এই শৃংখলাটো ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে এই শৃংখলাটো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

এই শৃংখলাটোৰ বাবে শুকুৰবাৰে বিচিচিআইয়ে ৰোহিত শৰ্মাৰ নেতৃত্বত ১৮ জনীয়া দলটো ঘোষণা কৰে। ১৮ জনৰ ভিতৰত তিনিজন ৰিজাৰ্ভ হিচাপে থাকিব।

উল্লেখ্য যে, ২০২০-২১ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ যোৱা ভাৰতে ২-১ ব্যৱধানত শৃংখলা দখল কৰিছিল।

বিগত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টিম ইণ্ডিয়াৰ অধিনায়ক আছিল বিৰাট কোহলী। কিন্তু তেওঁ মাত্ৰ এখন মেচহে খেলিছিল। ইয়াৰ পিছত আজিংক্য ৰাহানেই অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু এইবাৰ আজিংক্য ৰাহানে দলত স্থান লাভ কৰা নাই।

ৰাহানেৰ উপৰিও অভিজ্ঞ বেটছমেন চেতেশ্বৰ পূজাৰাকো দলত স্থান দিয়া হোৱা নাই। ইয়াৰ উপৰি যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত টিম ইণ্ডিয়াৰ ঐতিহাসিক জয়ৰ অংশ হিচাপে থকা মায়ংক আগৰৱাল, ঋদ্ধিমান সাহা, পৃথ্বী শ্ব’, হনুমা বিহাৰী, উমেশ যাদৱ আৰু টি নটৰাজনকো দলত স্থান দিয়া নাই।

ইফালে আঘাতৰ বাবে এই ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱা নাই তাৰকা স্পিনাৰ কুলদীপ যাদৱ। বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিটোত কয় যে কুলদীপে দীৰ্ঘদিন ধৰি গ্ৰ’ইন সমস্যাত ভুগি আহিছে আৰু ইয়াৰ নিৰাময়ৰ বাবে তেওঁ বেংগালুৰুত বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত থাকিব।

ইফালে মহম্মদ ছামীয়েও আঘাতৰ বাবে এই দলৰ অংশ হ’ব পৰা নাই। আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ সুযোগো পোৱা নাই শাৰদুল ঠাকুৰে। ২০২০-২১ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলৰ অংশ আছিল এই তিনিগৰাকী খেলুৱৈ।

২০২৪-২৫ বৰ্ষৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), জশপ্ৰীত বুমৰাহ, যশস্বী জয়ছৱাল, অভিমন্যু ইশ্বৰন, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, আকাশ দ্বীপ, প্ৰসিদ্ধ কৃষ্ণা, হৰ্ষিত ৰানা, নিতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ।

ৰিজাৰ্ভ : মুকেশ কুমাৰ, নৱদীপ সাইনী, খলীল আহমেদ

Tags: Border-Gavaskar TrophyIndiaIndia vs AustraliaTest Series

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025