• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আম্বানী পৰিয়ালৰ মহালক্ষ্মী কোন? কাক গুৰু বুলি গণ্য কৰে আম্বানী পৰিয়ালে…

      Nation NE by Nation NE
      August 11, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আম্বানী পৰিয়ালৰ মহালক্ষ্মী কোন? কাক গুৰু বুলি গণ্য কৰে আম্বানী পৰিয়ালে…

      ফটোত আম্বানী পৰিয়াল।

      Share on FacebookShare on TwitterWhatsApp

      বিশ্বৰ ভিতৰতে অন্যতম ধনাঢ্য পৰিয়াল আম্বানী কেৱল ব্যৱসায় ক্ষেত্ৰতে নহয় পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰতো অতি মজবুত। সমগ্ৰ পৰিয়ালটোৰ মাজত আছে এটা মধুৰ সম্পৰ্ক। শেহতীয়াকৈ নীতা আম্বানী আৰু টিনা আম্বানীৰ পৰিয়াল সন্দৰ্ভত পোহৰলৈ আহিছে এক আমোদজনক ঘটনা।

      পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাত আম্বানী পৰিয়ালে নাম সন্নিবিষ্ট কৰি সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যিটো পৰিয়ালৰ কথা কোৱাৰ আগত আমি ধীৰুভাই আৰু মুকেশ আম্বানীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰো।

      ধীৰুভাই আম্বানী, মুকেশ আম্বানী আৰু সমগ্ৰ পৰিয়ালে অতিজৰে পৰা এক ঐতিহ্য লালন-পালন কৰি আহিছে। পৰিয়ালটোৱে মানি আহিছে ঘৰখনৰ গুৰু আৰু মহালক্ষ্মী হিচাপে এগৰাকী পূৰ্বজনক। যিগৰাকীক সকলোৱে গণ্য কৰাটো বাধ্যতামূলক। যাৰ বাবে আজি পৰ্য্যন্ত পৰিয়ালৰ সকলোৱে আন্তৰিকতাৰে মানি আহিছে গুৰু আৰু মহালক্ষ্মী হিচাপে।

      আপুনি নিশ্চয় চিনি পায় অনিল আম্বানী আৰু মুকেশ আম্বানীৰ মাতৃ কোকিলাবেন ধীৰুভাই আম্বানী। যিগৰাকী মহিলাৰ বয়স বৰ্তমানে ৯০ বছৰ। কোকিলাবেন ধীৰুভাই আম্বানী পৰিয়ালৰ সকলোৰে পূজনীয়। বোৱাৰীয়েকেই হওক বা ঘৰৰ নাতি-নাতিনী হওক, সকলোৱে আন্তৰিকতাৰে সন্মান কৰে।আৰু ঘৰখনৰ বোৱাৰীয়েকেও ঘৰৰ মহালক্ষ্মী বুলি গণ্য কৰি আহিছে প্ৰতিটো মূহুৰ্ত্তত।

      শাহুৱেক তথা কোকিলাবেন ধীৰুভাই আম্বানীৰ জন্মদিনত টিনা আম্বানীয়ে সামাজিক মাধ্যমত কেইবাখনো ফটো শ্বেয়াৰ কৰি বহু কথা আন্তৰিকতাৰে ব্যক্ত কৰে। পূৰ্বেই টিনা আম্বানীয়ে লিখিছে, ‘কোমল, উদাৰ আৰু মৰমেৰে ভৰা। প্ৰথম লগ পোৱাৰ পিছত আৰু ৩৩ বছৰৰ পিছতো তেওঁৰ লগত মোৰো একেই সম্পৰ্ক আছে। তেওঁ মোক সদায় মুকলি আকাশৰ তলত আদৰি লৈছিল আৰু বছৰ বছৰ ধৰি আমাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ আহিছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ সমান্তৰালকৈ আজিৰ ভাৱধাৰা থকা এগৰাকী নাৰী, যিগৰাকীৰ সদায় মুকলি চিন্তা-চৰ্চা।’

      টিনা আম্বানীয়ে শাহুৱেক কোকিলাবেন আম্বানীক ‘মমি’ বুলি কয়। লগতে পোষ্টটোত কয় যে কোকিলাবেন হৈছে আম্বানী পৰিয়ালৰ শক্তি। ইয়াৰ উপৰি তেওঁ সমগ্ৰ পৰিয়ালৰ মহালক্ষ্মী। ঘৰৰ সৰু বোৱাৰী টিনাই কয় যে তেওঁলোকৰ বিষয়ে যিমানেই কম সিমানেই যেন কম হয়। সেইবোৰ শব্দৰে বৰ্ণনা কৰাটো অতি কঠিন। তেওঁ কোকিলাবেন ধীৰুভাই আম্বানীক মাক বুলি কয়, পৰিয়ালৰ শিল আৰু পোহৰ।

      ধীৰুভাই আম্বানীক পৰিয়ালৰ গুৰু বুলি অভিহিত কৰে। যি গৰাকী পৰিয়ালৰ ঢাল। ২০২৩ চনৰ ডিচেম্বৰ মাহত টিনা আম্বানীয়ে শহুৰেকৰ বিষয়ে কৈছিল যে তেওঁ তেওঁৰ গুৰু। তেওঁ কেৱল এজন ভাল পিতৃ, ভাল ব্যৱসায়ী, ভাল মানুহ নাছিল বৰঞ্চ তেওঁ আছিল সকলোৰে বাবে এজন ভাল শিক্ষক। তেওঁৰ শিক্ষাই আজিও সকলোকে শক্তিশালী কৰে আৰু পথ দেখুৱাই আহিছে। অৱশ্যে ধীৰুভাই আম্বানী আৰু এই পৃথিৱীত নাই। তেওঁ ২০০২ চনত ৬৮ বছৰ বয়সত এই পৃথিৱীৰ মায়ামোহ এৰি গুছি যায় অজান দেশলৈ।

      Tags: Ambani FamilyBusinessMukesh AmbaniMumbai

      Related Posts

      চিন্তিত ভাৰত-বাংলাদেশ!  ব্ৰহ্মপুত্ৰ নদীত চীনৰ মথাউৰি নিৰ্মাণ
      আন্তঃ ৰাষ্ট্ৰীয়

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      July 24, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ
      Top News

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      July 23, 2025
      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ
      Top News

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      July 23, 2025

      শীৰ্ষ সংবাদ

      ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণ কৰা চীনে স্পষ্ট কৰি দিলে এই কথা, ‘ভাৰত আৰু বাংলাদেশে…’

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP