• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিমান ধনী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰান? নেট ৱৰ্থ জানিলে স্তম্ভিত হ’ব আপুনি…

Nation NE by Nation NE
May 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কিমান ধনী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী কাব্যা মাৰান? নেট ৱৰ্থ জানিলে স্তম্ভিত হ’ব আপুনি…
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰদৰ্শন হতাশাজনক। যোৱাবাৰ এই দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ১০খন মেচৰ ভিতৰত মাত্ৰ ৩খন খেলত জয়লাভ কৰি নৱম স্থানত আছে। ৭খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

পিছে এতিয়া ছানৰাইজাৰ্ছৰ স্বত্বাধিকাৰী কাব্যা মাৰান বহু বাতৰিৰ শীৰ্ষত আছে। প্ৰতি মুহূৰ্ততে সলনি হৈ থকা তেওঁৰ প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত ভাইৰেলো হৈ আছে।

১৯৯২ চনৰ ৬ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা কাব্যা মাৰান অতি প্ৰভাৱশালী। এই পৰিয়ালটোৰ ব্যৱসায় যথেষ্ট ডাঙৰ। কাব্যাৰ পিতৃ কালানিথি মাৰান ছান গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ফ’ৰ্বছৰ তথ্য অনুসৰি, ভাৰতৰ অন্যতম বৃহৎ মিডিয়া গ্ৰুপ হৈছে ছান গ্ৰুপ।

কাব্যাৰ মাতৃ কাবেৰী মাৰান ছান টিভি নেটৱৰ্কৰ চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ব্যৱসায়ৰ উপৰিও পৰিয়ালটোৰ ৰাজনৈতিক উপস্থিতিও শক্তিশালী। কাব্যাৰ ককাক দয়ানিধি মাৰান দ্ৰাবিড় মুনেত্ৰ কাঝাগম (ডি এম কে) দলৰ সক্ৰিয় নেতা।

কাব্যা মাৰানে চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলৰ পৰা এম বি এ সম্পূৰ্ণ কৰে। তেওঁৰ শিক্ষাই তেওঁক ব্যৱসায়িক নেতৃত্বৰ বাবে প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০১৮ চনত ছানৰাইজাৰ্ছৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ ইয়াৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া, নিলাম কৌশল আৰু সামগ্ৰিক দল পৰিচালনাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।

খবৰ অনুসৰি কাব্যা মাৰানৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯ কোটি টকা বুলি অনুমান কৰা হৈছে। মাৰান পৰিয়ালৰ সামূহিক সম্পদ ১৯ হাজাৰ কোটি টকা। অৱশ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদত তেওঁৰ সঠিক মালিকীস্বত্বৰ অংশীদাৰিত্ব জানিব পৰা হোৱা নাই। ডেকান চাৰ্জাৰ্ছৰ অৱসানৰ পিছত ২০১২ চনত প্ৰতি বছৰে ৮৫.০৫ কোটি টকাত ক্ৰয় কৰা এই ফ্ৰেঞ্চাইজিটো ছান টিভি নেটৱৰ্কৰ মালিক।

Tags: #cricketIPLSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025