• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL ২০২৫ৰ মেগা নিলামত ১৩ বছৰীয়া ক্ৰিকেটাৰ; ভাৰতৰ হৈ অৰ্জন কৰিছে শতক

Nation NE by Nation NE
November 15, 2024
in Top News, ক্ৰীড়া
0 0
IPL ২০২৫ৰ মেগা নিলামত ১৩ বছৰীয়া ক্ৰিকেটাৰ; ভাৰতৰ হৈ অৰ্জন কৰিছে শতক
Share on FacebookShare on TwitterWhatsApp

অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। এইবাৰ মুঠ ১৫৭৪ জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল। পঞ্জীয়ন কৰা খেলুৱৈসকলৰ ভিতৰত আছিল ১১৬৫জন ভাৰতীয় আৰু ৪০৯জন বিদেশী।

এতিয়া আই পি এল গভৰ্নিং কাউন্সিলে এই নিলামৰ বাবে নিৰ্বাচিত হোৱা ৫৭৪ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। অৰ্থাৎ ইতিমধ্যে ১০০০ গৰাকী ক্ৰিকেটাৰ নিলামৰ পৰা বাহিৰ হৈছে।

নিলামৰ বাবে নিৰ্বাচিত ৫৭৪ গৰাকী খেলুৱৈৰ ভিতৰত ১৩ বছৰীয়া ক্ৰিকেটাৰ এজনকো অন্তৰ্ভুক্ত কৰা হৈছে।

আই পি এল গভৰ্নিং কাউন্সিলে প্ৰকাশ কৰা নিলামৰ তালিকাত ৩৬৬ গৰাকী ভাৰতীয় আৰু ২০৮ গৰাকী বিদেশী খেলুৱৈৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰে এটা নাম হৈছে বিহাৰৰ সমস্তীপুৰৰ বৈভৱ সূৰ্যবংশীৰ নাম।

বৈভৱ সূৰ্য্যবংশীৰ বয়স মাত্ৰ ১৩ বছৰ। এই কম বয়সতে তেওঁ ৰঞ্জি ট্ৰফী, হেমন্ত ট্ৰফী, কোচ বিহাৰ ট্ৰফীৰ দৰে কেইবাটাও সন্মানজনক প্ৰতিযোগিতাত খেলিছে। শেহতীয়াকৈ তেওঁ ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলতো নিৰ্বাচিত হৈছিল। বৈভৱ সূৰ্যবংশীক লৈ দাবী কৰা হৈছে যে তেওঁ বিভিন্ন প্ৰতিযোগিতাকে ধৰি এবছৰত মুঠ ৪৯টা শতক অৰ্জন কৰিছে।

বৈভৱ সূৰ্যবংশীয়ে ৫ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। খবৰ অনুসৰি তেওঁৰ পিতৃ সঞ্জীৱে পাঁচ বছৰ বয়সৰ পৰাই বৈভৱক নেট প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবে পিতৃয়ে ঘৰতেই পিটচ তৈয়াৰ কৰি দিছিল।

ৰঞ্জি ট্ৰফীৰ যোৱা ছিজনত বিহাৰৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ পাইছিল বৈভৱে। মাত্ৰ ১২ বছৰ আৰু ২৮৪ দিন বয়সতে প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল বৈভৱে। একে সময়তে একে বছৰতে বিহাৰ ক্ৰিকেট সন্থাই আয়োজন কৰা ৰণধীৰ ভাৰ্মা অনূৰ্ধ্ব ১৯ এদিনীয়া প্ৰতিযোগিতাতো বৈভৱ সূৰ্যবংশীয়ে ত্ৰিশতক অৰ্জন কৰিছিল।

ইয়াৰ উপৰি যোৱা মাহত অষ্ট্ৰেলিয়া অনূৰ্ধ্ব ১৯ দলৰ বিৰুদ্ধে তেওঁ খেলিছিল চমকপ্ৰদ ইনিংছ। মাত্ৰ ৬৪টা বলত তেওঁ ১০৪ ৰানৰ শতকীয় ইনিংছ খেলিছিল। ইয়াৰ লগে লগে তেওঁ ১৯ বছৰ অনূৰ্ধ্ব টেষ্টত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হয়।

Tags: BiharIPLMega AuctionVaibhav Suryavanshi

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025