• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 15, 2025
31 °c
Guwahati
28 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাজ্যসভাৰ দুই প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    যদি আপুনিও মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ! প্ৰতিমাহে আপুনি লাভ কৰিব ১০০০ৰ পৰা ১৫০০ টকা পৰ্যন্ত…

    একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ ধন? হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

      Nation NE by Nation NE
      June 15, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়নি দিয়ে। দেওবাৰে ট্ৰাম্পে কয় যে, ১৪ জুনৰ নিশা ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই। তেওঁ লগতে কয় যে, যদিহে ইৰাণে আমেৰিকাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেন্তে আমেৰিকাৰ সশস্ত্ৰ বাহিনীয়ে সম্পূৰ্ণ শক্তিৰে ইৰাণক তচনচ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

      ইয়াৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলে দাবী কৰিছিল যে, দেশখনে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু এটা পাৰমাণৱিক প্ৰকল্পত বৃহৎ পৰিসৰৰ আক্ৰমণ চলাইছে। লগতে দেশখনৰ মুৰব্বীয়ে সামাজিক মাধ্যমত এটা পোষ্ট কৰি কয় যে, ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই। যদি ইৰাণৰ দ্বাৰা কোনো ধৰণে ইজৰাইলক আক্ৰমণ কৰা হয়, তেন্তে আমেৰিকাই সশস্ত্ৰ বাহিনীৰ সম্পূৰ্ণ শক্তিৰে ইৰাণক আক্ৰমণ কৰি দেশখন ধ্বংস কৰি পেলাব।

      ইৰাণী শাসনৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত তেহৰাণৰ লক্ষ্যত ধাৰাবাহিকভাৱে আক্ৰমণ সম্পূৰ্ণ কৰা বুলি দেওবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰে। লগতে এটা পোষ্টত কোৱা হৈছে যে, এই লক্ষ্যত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু এছপিএনডি পাৰমাণৱিক প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। ইৰাণে নিজৰ পাৰমাণৱিক আৰ্কাইভ লুকুৱাই ৰখা এটা স্থানতো আক্ৰমণ কৰা বুলি আইডিএফে প্ৰকাশ কৰে।

      Tags: AmericaIranTrump

      Related Posts

      দলং খহি উটুৱাই নিলে প্ৰায় ৩০জন লোকক; ২ জন লোকৰ মৃত্যু
      Top News

      দলং খহি উটুৱাই নিলে প্ৰায় ৩০জন লোকক; ২ জন লোকৰ মৃত্যু

      June 15, 2025
      ক’ত, কেতিয়া হ’ব ভাৰত-নিউজিলেণ্ডৰ মাজৰ এদিনীয়া আৰু টি-২০? জানক সবিশেষ…

      ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
      Top News

      মগজুৰ স্বাস্থ্যক নকৰিব আওকাণ, খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য…

      June 15, 2025
      আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু
      Top News

      আহমেদাবাদৰ বিমান দুৰ্ঘটনাত আছে নেকি তুৰস্ক কোম্পানীৰ হাত? জানক সবিশেষ

      June 15, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী পথ দুৰ্ঘটনা; এম্বুলেঞ্চত থকা পাঁচগৰাকী লোকৰ মৃত্যু

      কেদাৰনাথৰ সমীপত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ৫ জন লোকৰ মৃত্যু

      শীৰ্ষ সংবাদ

      দলং খহি উটুৱাই নিলে প্ৰায় ৩০জন লোকক; ২ জন লোকৰ মৃত্যু

      ক’ত, কেতিয়া হ’ব ভাৰত-নিউজিলেণ্ডৰ মাজৰ এদিনীয়া আৰু টি-২০? জানক সবিশেষ…

      মগজুৰ স্বাস্থ্যক নকৰিব আওকাণ, খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য…

      আহমেদাবাদৰ বিমান দুৰ্ঘটনাত আছে নেকি তুৰস্ক কোম্পানীৰ হাত? জানক সবিশেষ

      ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

      দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist