• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
30 ° Wed
27 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইৰাণ-ইজৰাইলৰ যুদ্ধঃ অব্যাহত ভাৰতৰ ‘উদ্ধাৰ অভিযান’ – ১০০ৰো অধিক ভাৰতীয়ক আৰ্মেনিয়ালৈ প্ৰেৰণ

      Nation NE by Nation NE
      June 17, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ইৰাণ-ইজৰাইলৰ যুদ্ধঃ অব্যাহত ভাৰতৰ ‘উদ্ধাৰ অভিযান’ – ১০০ৰো অধিক ভাৰতীয়ক আৰ্মেনিয়ালৈ প্ৰেৰণ
      Share on FacebookShare on TwitterWhatsApp

      ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ আজি চতুৰ্থটো দিন। ধাৰাবাহিকভাৱে চলি থকা বোমা বিস্ফোৰণ আৰু ক্ৰমাৎ উত্তেজনা বৃদ্ধিৰ মাজতে ভাৰতে এটা ডাঙৰ পদক্ষেপ লৈছে।

      ইৰাণত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক নিৰাপদে উলিয়াই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। এনে সময়তে এই সিদ্ধান্ত লোৱা হৈছে য’ত হাজাৰ হাজাৰ ভাৰতীয় আবদ্ধ হৈ আছে কঠিন পৰিস্থিতিত যুদ্ধ অহৰহ তীব্ৰতৰ হৈ আছে।

      চৰকাৰী সূত্ৰ অনুসৰি, মঙলবাৰে নিশা ইৰাণৰ পৰা সীমান্ত সিপাৰে আৰ্মেনিয়াত উপস্থিত হয় ভাৰতীয় নাগৰিকৰ প্ৰথমটো গোট। এই বেটচত প্ৰায় ১১০ জন লোক থাকে, ভাৰত চৰকাৰ আৰু ইৰাণৰ মাজত আলোচনাৰ অন্তত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

      উল্লেখ্য যে, প্ৰায় ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদে ঘূৰি অহাৰ বাবে ভাৰতে ইৰাণৰ পৰা সহায় বিচাৰিছিল। ইৰাণ চৰকাৰে এই কথাত সন্মতি দি কয় যে, ইয়াৰ আকাশমাৰ্গ বন্ধ, গতিকে ভাৰতীয় নাগৰিকে স্থলপথেৰে আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তানলৈ যাব পাৰে।

      সোমবাৰে ভাৰতীয় দূতাবাসে তেহৰাণৰ পৰা ছাত্ৰ-ছাত্ৰীক উলিয়াই নিয়াৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰে। তেহৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, ইছলামিক আজাদ বিশ্ববিদ্যালয় আৰু ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। একে সময়তে পুৱা ১০ বজাত (ইৰাণৰ সময় অনুসৰি) ভেলেঞ্জক বিশ্ববিদ্যালয়ৰ ২ নং গেটৰ পৰা ছাহিদ বেহেষ্টী চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কোম চহৰলৈ প্ৰেৰণ কৰা হয়।

      আনহাতে, উৰমিয়া চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ পঠোৱাৰ চেষ্টা চলি আছে। লগতে ভাৰতীয় দূতাবাসে শ্বিৰাজ বিশ্ববিদ্যালয় আৰু ইছফাহান চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগত আছে আৰু মঙলবাৰে পুৱা ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীক খালী কৰাৰ সম্ভাৱনা আছে।

      ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে আমেৰিকাক কঠোৰ সতৰ্কবাণী দিছে। তেওঁ কয় যে, যদি আমেৰিকাই ইজৰাইলক বাধা নিদিয়ে তেন্তে ইৰাণৰ পৰৱৰ্তী প্ৰতিশোধ আৰু অধিক যন্ত্ৰণাদায়ক হ’ব।

      সোমবাৰে ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সময়ত এই বক্তব্য প্ৰকাশ পাইছে। ৰাষ্ট্ৰপতি পেজেস্কিয়ানে কয় যে ইৰাণে ইতিমধ্যে দেখুৱাইছে যে ইৰাণে দ্ৰুত আৰু সঠিক সঁহাৰি দিবলৈ সক্ষম।

      Tags: ConflictIranIsrael

      Related Posts

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু
      Top News

      September 9, 2025
      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
      Top News

      এপষ্টেইনলৈ ‘অশ্লীল সংকেত’ থকা পত্ৰ লিখিছিল নেকি ড’নাল্ড ট্ৰাম্পে? ডেম’ক্ৰেটে প্ৰকাশ কৰিলে পত্ৰ…

      September 9, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
      Top News

      ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা ইজৰাইলৰ প্ৰতিৰক্ষা নীতি বিশেষজ্ঞৰ, ক’লে- “ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিকিব লাগে”

      September 9, 2025

      শীৰ্ষ সংবাদ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

      এপষ্টেইনলৈ ‘অশ্লীল সংকেত’ থকা পত্ৰ লিখিছিল নেকি ড’নাল্ড ট্ৰাম্পে? ডেম’ক্ৰেটে প্ৰকাশ কৰিলে পত্ৰ…

      ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা ইজৰাইলৰ প্ৰতিৰক্ষা নীতি বিশেষজ্ঞৰ, ক’লে- “ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিকিব লাগে”

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist