• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আল আকছাত মুছলমানৰ প্ৰৱেশক লৈ ইজৰাইলৰ নতুন নিৰ্দেশনা

Nation NE by Nation NE
February 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আল আকছাত মুছলমানৰ প্ৰৱেশক লৈ ইজৰাইলৰ নতুন নিৰ্দেশনা
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ বিৰুদ্ধে  আল আকছা মছজিদলৈ অহা মুছলমানক হাৰাশাস্তি কৰাৰ ধাৰাবাহিক অভিযোগ উত্থাপিত হৈছে। আগন্তুক ৰমজানৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলে এইবাৰ আল আকছাত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ লগতে আশে-পাশে থকা অঞ্চল অৰ্থাৎ জেৰুজালেমৰ পুৰণি চহৰতো বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইজৰাইলৰ চোৰাংচোৱা সংস্থা শ্বিন বেট, আৰক্ষী বাহিনী, কাৰাগাৰ কৰ্তৃপক্ষ আৰু সেনাৰ সৈতে অঞ্চলটোৰ নিৰাপত্তা পৰিকল্পনা সন্দৰ্ভত কেইবাখনো আলোচনাত মিলিত হৈছে। ইয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

ইজৰাইলে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি, আল আকছাত মাত্ৰ কেইহাজাৰমান লোককহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। এই মছজিদ ৰমজানৰ সময়ত প্ৰায়ে ভৰি থাকে। যাৰ বাবে কেৱল নিৰ্বাচিত বয়সৰ লোককহে মছজিদলৈ যাবলৈ দিয়া হ’ব। ইয়াৰ ভিতৰত ৫৫ বছৰৰ ওপৰৰ বৃদ্ধ, ৫০ বছৰৰ ওপৰৰ মহিলা আৰু ১২ বছৰৰ তলৰ শিশু অন্তৰ্ভুক্ত।

অৱশ্যে শুকুৰবাৰৰ বাবে এই নিয়মৰ কিছু ব্যতিক্ৰম হ’ব। এই দিনটোত ১০ হাজাৰ লোকক আল আকছালৈ যাবলৈ দিয়া হ’ব। নামজ পঢ়িব বিচৰাসকলে প্ৰথমে ইয়াৰ বাবে অনুৰোধ জমা দিব লাগিব।

Tags: AL AQSAIsraelMiddle East

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025