• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪৮ ঘণ্টাত গাজাত ১৪ হাজাৰৰ প্ৰাণহানি, ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

Nation NE by Nation NE
May 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণ, ৩১টা শিশুসহ ১০৮জনৰ সৈতে শোকাৱহ ঘটনা
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ সেনাই পুনৰ গাজাত নতুন বৃহৎ স্থল সামৰিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ইফালে, ৰাষ্ট্ৰসংঘই সকীয়াই দিছে যে, যদিহে গাজাৰ যুদ্ধবিধ্বস্ত অঞ্চলত অধিক সাহায্য পোৱা নাযায় তেন্তে অহা ৪৮ ঘণ্টাত ১৪ হাজাৰ শিশুৰ প্ৰাণহানি হ’ব পাৰে।

ইজৰাইলে এতিয়া ১১ সপ্তাহ সম্পূৰ্ণ অৱৰোধৰ অন্তত পেলেষ্টাইনৰ ভূখণ্ডলৈ সীমিত সাহায্যহে প্ৰেৰণ কৰিবলৈ অনুমতি দিছে। এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্যৰ মুৰব্বী টম ফ্লেচাৰে কয় যে, সোমবাৰে (১৯ মে’, ২০২৫) গাজালৈ পাঁচখন ট্ৰাক সাহায্য প্ৰেৰণ কৰা হৈছে, যিটো জনসংখ্যাৰ হিচাপত বহুত কম। তেওঁ কয় যে, এই সাহায্য এতিয়াও আৰ্তজন সম্প্ৰদায়ৰ ওচৰলৈ যোৱা নাই।

গাজা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, গাজাত ইজৰাইলে কৰা আক্ৰমণত এতিয়ালৈকে কমেও ৫৩,৫৭৩ জন পেলেষ্টাইনী নিহত হৈছে আৰু ১২১,৬৮৮ জন আহত হৈছে। ইজৰাইলৰ আক্ৰমণত বিগত ২৪ ঘণ্টাত ৮৭ জন লোক নিহত হোৱাৰ লগতে ২৯০ জন আহত হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ধ্বংসাৱশেষৰ তলত বৰ্তমানেও বহু ভুক্তভোগী আছে, যাৰ ওচৰলৈ এম্বুলেন্স আৰু নিৰাপত্তা বাহিনীয়ে যাব পৰা নাই।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ১৯ মে’ত কয় যে, তেওঁৰ দেশে সমগ্ৰ গাজা নিয়ন্ত্ৰণ কৰিব। আইডিএফে খান ইউনিছ আৰু দক্ষিণ গাজাৰ আশে-পাশে থকা অঞ্চলসমূহ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। পেলেষ্টাইনী জনসাধাৰণক অনতিপলমে সেই অঞ্চল এৰি যাবলৈ কোৱা হৈছে।

Tags: HamasIsraelWar

Related Posts

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

শীৰ্ষ সংবাদ

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025