• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“জম্মু-কাশ্মীৰত শান্তি অবিহনে কোনো কামেই সম্ভৱ নহয়”- মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

Nation NE by Nation NE
November 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
“জম্মু-কাশ্মীৰত শান্তি অবিহনে কোনো কামেই সম্ভৱ নহয়”- মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত নতুন চৰকাৰ গঠনৰ পিছৰে পৰা সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু-কাশ্মীৰৰ  মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ৰাজ্যখনত শান্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, ৰাজ্যত যদি শান্তি নাথাকে তেন্তে আন কামবোৰ ৰূপায়ণ কৰাটো কঠিন হ’ব। তেওঁ কয় যে, শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ সকলোৰে দায়িত্ব।

বিধানসভাত উপ-ৰাজ্যপালৰ সভাত ভাষণ দি ওমৰে জম্মু-কাশ্মীৰৰ বাবে পূৰ্ণ ৰাজ্যৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে, এইখন তেওঁলোকে বিচৰা বিধানসভা নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰে তেওঁলোকে পূৰ্ণাংগ বিধানসভা বিচাৰে।

ওমৰ আব্দুল্লাই লগতে কয় যে, মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। নিজৰ পৰিচয় আৰু সংস্কৃতিৰ ক্ষতি হৈছে বুলি  অনুভৱ কৰিয়েই তেওঁলোকে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা বিচাৰিছে। মাটি আৰু সম্পদৰ ওপৰত সকলোৰে অধিকাৰ থকা উচিত বুলি তেওঁ উল্লেখ কৰে।

নাম নোলোৱাকৈ পিডিপিৰ সভাপতিক আক্ৰমণ কৰি ওমৰে কয় যে, ছ’চিয়েল মিডিয়াত একাংশ লোকে বহুত লিখে, কিন্তু তেওঁ সকলোকে আশ্বস্ত কৰিব বিচাৰে যে, ছ’চিয়েল মিডিয়াত কিবা এটা লিখিলেই কোনো চৰকাৰৰ এজেণ্ডা নিৰ্ণয় নহয়।

জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল কৰি ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত সোমবাৰে এখন বিধানসভাৰ বৈঠক অনুষ্ঠিত হয়, য’ত আব্দুল্লাই কয় যে, কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচিত চৰকাৰক বহু ক্ষমতা প্ৰদান কৰা হৈছে, কিন্তু তেওঁলোকৰ হাতত কোনো আইন-শৃংখলা নাই।

অৱশ্যে তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক আশ্বাস দিয়ে যে, ৰাজ্য চৰকাৰে তেওঁলোকৰ শান্তি বৰ্তাই ৰখাৰ চেষ্টা কৰিব। যদি শান্তি নাথাকে, তেন্তে আন কামত কাম কৰাটো অসম্ভৱ হৈ উঠিব। গতিকে শান্তি বৰ্তাই ৰখাত নিৰাপত্তা বাহিনীক সহায় কৰাটো সকলোৰে দায়িত্ব।

Tags: Chief ministerIndiaJammu Kashmir

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025