• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 22, 2025
29 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

    জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    ভাৰতক স্পৰ্শ কৰাৰ পূৰ্বে ১৪ জনম ল’ব লাগিব বাংলাদেশে : হিমন্ত বিশ্ব শৰ্মা

    কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

    থাইৰয়ডৰ সমস্যাত ভুগিলে কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে, জানক সবিশেষ

    কেবিনেটৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল, জানক সবিশেষ…

    কামপুৰত ভয়ংকৰ কাণ্ড, পৰকীয়া প্ৰেমৰ বাবেই এই কাণ্ড কৰিলে নেকি স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

      Nation NE by Nation NE
      May 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ কিস্তৱাড়া অঞ্চলত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জোৱান শ্বহীদ হৈছে। এতিয়াও অঞ্চলটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ চলি থকা বুলি জানিব পৰা গৈছে।

      ভাৰতীয় সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি সন্ত্ৰাসবাদীৰ সৈতে এতিয়াও ভয়ংকৰ সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত এজন জোৱান আহত হৈছিল আৰু চিকিসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

      শীৰ্ষ বিষয়াই জনোৱা অনুসৰি চতৰুৰৰ শিংপুৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ।

      শীৰ্ষ আৰক্ষী বিষয়াই এক্সযোগে এটা প’ষ্টত কয়, ‘আজি পুৱা কিস্তৱাড়াৰ চতৰু অঞ্চলত আৰক্ষী আু সেনাৰ যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয়।’ তেওঁ লগতে অঞ্চলটোত অতিৰিক্ত সেনা বাহিনী নিয়োগ কৰা বুলিও জানিব দিয়ে।

      উল্লেখ্য যে, প্ৰাপ্ত খবৰ অনুসৰি অঞ্চলটোত তিনিৰ পৰা চাৰিজন উগ্ৰপন্থীয়ে বাহৰ পাতি আছে। নিৰাপত্তাৰক্ষীয়ে এই অপাৰেশ্যনক ‘ত্ৰাশি’ নাম দিছে।

      Tags: Jammu KashmirKishtwarMartyred

      Related Posts

      আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড
      Top News

      আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড

      May 22, 2025
      মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা
      BIG BREAKING

      মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

      May 22, 2025
      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ
      Top News

      জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

      May 22, 2025
      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      বিশ্বৰ ১০০ কোটি মুছলমানৰ সমৰ্থন! ২৫ কোটি মুছলমান জনসংখ্যা থকা পাকিস্তানক কেনেকৈ পৰাজিত কৰিব ভাৰতে?

      May 22, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist