• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

Nation NE by Nation NE
May 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ কিস্তৱাড়া অঞ্চলত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জোৱান শ্বহীদ হৈছে। এতিয়াও অঞ্চলটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ চলি থকা বুলি জানিব পৰা গৈছে।

ভাৰতীয় সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি সন্ত্ৰাসবাদীৰ সৈতে এতিয়াও ভয়ংকৰ সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত এজন জোৱান আহত হৈছিল আৰু চিকিসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

শীৰ্ষ বিষয়াই জনোৱা অনুসৰি চতৰুৰৰ শিংপুৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ।

শীৰ্ষ আৰক্ষী বিষয়াই এক্সযোগে এটা প’ষ্টত কয়, ‘আজি পুৱা কিস্তৱাড়াৰ চতৰু অঞ্চলত আৰক্ষী আু সেনাৰ যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয়।’ তেওঁ লগতে অঞ্চলটোত অতিৰিক্ত সেনা বাহিনী নিয়োগ কৰা বুলিও জানিব দিয়ে।

উল্লেখ্য যে, প্ৰাপ্ত খবৰ অনুসৰি অঞ্চলটোত তিনিৰ পৰা চাৰিজন উগ্ৰপন্থীয়ে বাহৰ পাতি আছে। নিৰাপত্তাৰক্ষীয়ে এই অপাৰেশ্যনক ‘ত্ৰাশি’ নাম দিছে।

Tags: Jammu KashmirKishtwarMartyred

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025