• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
21 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ; হাজোত এগৰাকী মহিলাৰ মৃত্যু

Nation NE by Nation NE
June 27, 2025
in Top News, অসম
0 0
জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সংক্ৰমণ, ২৪ ঘন্টাত ২ জনৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কামৰূপ জিলাৰ হাজো ৰাজহ চক্রৰ অন্তৰ্গত ৰামদিয়া মৌজাৰ উজানকুৰি বেজপাৰা নিৱাসী বুদৰম ডেকাৰ পত্নী কল্পনা ডেকা (৫০) ৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত  হৈ চিকিৎসাধীন অৱস্থাত নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

জাপানীজ এনকেফেলাইটিছ ৰোগত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰে ৰামদিয়া অঞ্চলৰ জনসাধাৰণক শংকিত কৰি তুলিছে।

জানিব পৰা মতে  উজানকুৰি বেজপাৰা নিবাসী বুদৰম ডেকাৰ পত্নী কল্পনা ডেকাৰ যোৱা শুকুৰবাৰে জ্বৰ হোৱাত হাজোস্থিত বিঞ্চুৰাম মেধি সামূহিক চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকে কল্পনা ডেকাক চেলাইন ঔষধ পাতি দি  চিকিৎসা প্ৰদান কৰি  জ্বৰ কমাত  বিয়লি নিজ গৃহলৈ যাব দিয়ে। পিছত নিশা  পুনৰ জ্বৰ  হোৱাত পৰিয়ালৰ লোকে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।

মৃত্যু হোৱা মহিলাগৰাকী।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ পৰ্যাপ্ত সুবিধা লাভ নকৰাত পুনৰ পৰিয়ালৰ লোকে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱায়। পিছত তেজৰ নমুনা পৰীক্ষা কৰাত কল্পনা ডেকাৰ দেহত জাপানীজ এনকেফেলাইটিছ জ্বৰ ধৰা পৰে। ৰোগৰ উপস্থিতি ধৰা পৰাত পলম হোৱা বাবেই আই চি ইউত চিকিৎসাধীন অৱস্থাত নিশা কল্পনা ডেকাৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতে স্থানীয় জনসাধাৰণে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ বাবে স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Tags: HajoJapanese Encephalitis

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025