• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ টেষ্ট ৰেংকিঙৰ সিংহাসনত বুমৰাহ; যশস্বীৰো বৃহৎ উত্থান

Nation NE by Nation NE
November 27, 2024
in Top News, ক্ৰীড়া
0 0
পুনৰ টেষ্ট ৰেংকিঙৰ সিংহাসনত বুমৰাহ; যশস্বীৰো বৃহৎ উত্থান
Share on FacebookShare on TwitterWhatsApp

ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছিল বেগী বলাৰ জশপ্ৰীত বুমৰাহে। ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত অসাধাৰণ বলিং প্ৰদৰ্শন কৰিছিল। আৰু ইয়াৰেই পুৰস্কাৰ পালে বুমৰাহে।

আই চি চি টেষ্টৰ বলিং ৰেংকিঙত পুনৰবাৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈছে ভাৰতীয় তাৰকা বলাৰগৰাকী।

উল্লেখ্য যে, পাৰ্থ টেষ্টত বিধ্বংসী বলিং প্ৰদৰ্শন আগবঢ়োৱা বুমৰাহে ৮টা উইকেট দখল কৰি ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মেচখনৰ শ্ৰেষ্ট খেলুৱৈৰ সন্মানো লাভ কৰিছিল বুমৰাহে।

আই চি চি টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষ ক্ৰমত বুমৰাহ অধিষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডা। তৃতীয় স্থানত আছে অষ্ট্ৰিয়াৰ জছ হেজলউড।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে ফেব্ৰুৱাৰি মাহত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ সময়ত শীৰ্ষ স্থানত উপনীত হৈছিল।

ইফালে, ভাৰতৰ অপেনিং বেটাৰ যশস্বী জয়ছৱালেও দ্বিতীয় স্থানলৈ উন্নীত হয়। জয়ছৱালে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১৬১ ৰানৰ দৰ্শনীয় ইনিংছ খেলাৰ পিছতে আই চি চিৰ পৰা এই উপহাৰ লাভ কৰে। বৰ্তমান টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থানত আছে ইংলেণ্ডৰ বেটাৰ জ’ ৰুট।

আনহাতে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলী সম্প্ৰতি টেষ্ট ৰেংকিঙৰ ১৩ সংখ্যক স্থানত আছে।

Tags: Jasprit BumrahTest CricketTest Ranking

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025