• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰথম ভাৰতীয়; বছৰৰ পহিলা দিনটোতে এক বিশেষ অভিলেখৰ গৰাকী হ’ল বুমৰাহ

Nation NE by Nation NE
January 1, 2025
in Top News, ক্ৰীড়া
0 0
প্ৰথম ভাৰতীয়; বছৰৰ পহিলা দিনটোতে এক বিশেষ অভিলেখৰ গৰাকী হ’ল বুমৰাহ
Share on FacebookShare on TwitterWhatsApp

আন এক বিৰল কৃতিত্বৰ অধিকাৰী হ’ল যশপ্ৰীত বুমৰাহ। টেষ্ট ৰেংকিঙত তেওঁ ভংগ কৰিছে এক বিশেষ অভিলেখ। টেষ্ট ৰেংকিঙৰ এক বিশেষ ক্ষেত্ৰত বুমৰাহে ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

সৰ্বাধিক ৰেটিং পইণ্ট পোৱা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। সম্প্ৰতি টেষ্ট বলিং ৰেংকিঙত বুমৰাহ শীৰ্ষ স্থানত আছে। তেওঁ লাভ কৰিছে ৯০৭ ৰেটিং পইণ্ট। ইফালে টেষ্ট বলিং ৰেংকিঙত এটা স্থান অৱনমিত হৈছে ৰবীন্দ্ৰ জাদেজা।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব’ৰ্ন টেষ্টত বুমৰাহে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মুঠ ৯টা উইকেট দখল কৰে। অৱশ্যে এই মেচখনত জয়ী হ’ব নোৱাৰিলে টিম ইণ্ডিয়াই। অষ্ট্ৰেলিয়াই ১৮৪ ৰানত পৰাস্ত কৰে ভাৰতক। মেচখনত পৰাস্ত হ’লেও বুমৰাহৰ প্ৰদৰ্শন আছিল ভাল। এই প্ৰদৰ্শনৰ ভিত্তিতে বুমৰাহে ৰেংকিঙৰ শীৰ্ষ স্থানত অধিষ্ঠিত হয়।

ইয়াৰ লগতে তেওঁৰ ৰেটিং পইণ্টো বৃদ্ধি পাইছে। ভাৰতৰ শীৰ্ষ ৫ ৰ ভিতৰত একমাত্ৰ বলাৰ বুমৰাহ। শীৰ্ষ ১০ ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে জাদেজা। তেওঁ দশম স্থানত আছে।

অশ্বিনৰ অভিলেখ ভংগ কৰিলে বুমৰাহে –

উল্লেখ্য যে, টেষ্টত সৰ্বাধিক ৰেটিং পইণ্ট লাভ কৰাৰ ক্ষেত্ৰত বুমৰাহে ভংগ কৰিলে অশ্বিনৰ অভিলেখ। বুমৰাহে লাভ কৰিছে ৯০৭ ৰেটিং পইণ্ট। ইয়াৰ লগে লগে তেওঁ সৰ্বাধিক ৰেটিং পইণ্ট পোৱা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত তেওঁ অশ্বিনক অতিক্ৰম কৰিছে। অশ্বিনৰ শ্ৰেষ্ঠ ৰেটিং পইণ্ট আছিল ৯০৪।

Tags: ICCJasprit BumrahRavichandran AshwinTest Ranking

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025