• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বুমৰাহে ৰচিলে ইতিহাস; ভংগ কৰিলে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সকলো ইতিহাস

Nation NE by Nation NE
January 4, 2025
in Top News, ক্ৰীড়া
0 0
বুমৰাহে ৰচিলে ইতিহাস; ভংগ কৰিলে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সকলো ইতিহাস
Share on FacebookShare on TwitterWhatsApp

সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বলাৰ জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। ছিডনী টেষ্ট মেচৰ দ্বিতীয় দিনা লাবুশ্বানেক আউট কৰাৰ লগে লগে ভাৰতৰ হৈ বিদেশত খেলা টেষ্ট শৃংখলাৰ সৰ্বোচ্চ উইকেট দখল কৰা বলাৰ হৈ পৰে বুমৰাহ। এই ক্ষেত্ৰত বুমৰাহে ভংগ কৰে বিষণ সিং বেদীৰ অভিলেখ।

বিদেশত খেলা টেষ্ট শৃংখলাত বিষন সিং বেদীয়ে মুঠ ৩১টা উইকেট দখল কৰিছিল। আনহাতে ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত এই পৰ্যন্ত মুঠ ৩২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে যশপ্ৰীত বুমৰাহে। ইয়াৰ সমান্তৰালকৈ বুমৰাহ অষ্ট্ৰেলিয়াত খেলা এটা শৃংখলাৰ সময়ত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হৈছে।

বুমৰাহৰ মাৰাত্মক বলিঙৰ বাবেই চলিত শৃংখলাটোত কিছু পৰিমানে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰত।

অষ্ট্ৰেলিয়াৰ ভূমিত খেলা এটা শৃংখলাত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ

৩২- জশপ্ৰীত বুমৰাহ (২০২৪/২৫)

৩১- বিষন সিং বেদী (১৯৭৭/৭৮)

২৮- বিএছ চন্দ্ৰশেখৰ (১৯৭৭/৭৮)

২৫- ইএএছ প্ৰসন্না (১৯৬৭/৬৮)

২৫- কপিল দেৱ (১৯৯১/৯২)

ভাৰতৰ বাহিৰত এটা শৃংখলাত সৰ্বাধিক উইকেট দখলকাৰী ভাৰতীয় বলাৰ

৩২- জশপ্ৰীত বুমৰাহ অষ্ট্ৰেলিয়া (২০২৪/২৫)

৩১- বিষন সিং বেদী অষ্ট্ৰেলিয়া (১৯৭৭/৭৮)

২৮- বিএছ চন্দ্ৰশেখৰ অষ্ট্ৰেলিয়া (১৯৭৭/৭৮)

২৭- সুভাষ গুপ্তে, ৱেষ্ট ইণ্ডিজ (১৯৫২/৫৩)

২৫- ইএএছ প্ৰসন্না, অষ্ট্ৰেলিয়া (১৯৬৭/৬৮)

ইফালে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ইতিহাসত এটা শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত হৰভজন সিঙৰ সৈতে সমতা স্থাপন কৰে বুমৰাহে। বুমৰাহে আৰু এটা উইকেট লোৱাৰ লগে লগে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ইতিহাসত এটা শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ গঢ়িব। হৰভজন সিঙে ২০০১-০২ শৃংখলাত ৩২টা উইকেট দখল কৰিছিল।

Tags: Border-Gavaskar TrophyIndia vs AustraliaJasprit BumrahTest CricketTest Series

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025