• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপ্ৰতিৰোধ্য! দুদিনত দুটাকৈ ডাঙৰ বঁটাৰে সন্মানিত জশপ্ৰীত বুমৰাহ…

Nation NE by Nation NE
January 28, 2025
in Top News, ক্ৰীড়া
0 0
অপ্ৰতিৰোধ্য! দুদিনত দুটাকৈ ডাঙৰ বঁটাৰে সন্মানিত জশপ্ৰীত বুমৰাহ…
Share on FacebookShare on TwitterWhatsApp

২৭ জানুৱাৰী অৰ্থাত সোমবাৰে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা যশপ্ৰীত বুমৰাহে আজি লাভ কৰিলে আন এক সন্মান। ‘আইচিচি পুৰুষ ক্ৰিকেটাৰ অৱ দ্যা ইয়েৰ’ হিচাপে নিৰ্বাচিত কৰা হৈছে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেগী বলাৰ বুমৰাহক।

৩১ বছৰীয়া বেগী বলাৰগৰাকীয়ে ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতৰ সফলতাত যথেষ্ট অৰিহণা আগবঢ়াইছিল। কেৱল এয়াই নহয়, দ্বিতীয়বাৰৰ বাবে দেশক টি-২০ চেম্পিয়ন কৰোৱাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবে তেওঁ ‘আইচিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হয়।

আপুনি জানি আচৰিত হ’ব যে সন্মানীয় ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ বঁটাৰ বাবে (আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ বঁটাৰ বাবে) বুমৰাহৰ সৈতে তালিকাত আছিল অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ট্ৰেভিছ হেডৰ লগতে ইংৰাজ বেটছমেন জো ৰুট আৰু হেৰী ব্ৰুক। কিন্তু আটাইকেইগৰাকী তাৰকা ক্ৰিকেটাৰকে পিছ পেলাই তেওঁ এই সন্মানীয় বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এই পৰ্যন্ত পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰিছে এই সন্মানীয় বঁটা। বুমৰাহৰ পূৰ্বে ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, ৰবিচন্দ্ৰন অশ্বিন আৰু বিৰাট কোহলীয়ে এই বঁটা লাভ কৰিছিল।

কোন ভাৰতীয় ক্ৰিকেটাৰে কিমান চনত লাভ কৰিছিল এই বঁটা

ৰাহুল দ্ৰাবিড়- ২০০৪

শচীন তেণ্ডুলকাৰ- ২০১০

ৰবিচন্দ্ৰন অশ্বিন- ২০১৬

বিৰাট কোহলী- ২০১৭ আৰু ২০১৮

জশপ্ৰীত বুমৰাহ- ২০২৪

Tags: ICCJasprit BumrahMens Cricketer of The Year

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025