• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“সাৰ পাম মই পুৱতি নিশাতে……..” আজি দৰদী কণ্ঠশিল্পী ৰাণা দাৰ ওপজা দিন

Nation NE by Nation NE
September 20, 2024
in Top News, অসম
0 0
“সাৰ পাম মই পুৱতি নিশাতে……..” আজি দৰদী কণ্ঠশিল্পী ৰাণা দাৰ ওপজা দিন
Share on FacebookShare on TwitterWhatsApp

আজি ২০ ছেপ্তেম্বৰ। বৰেণ্য শিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকা অৰ্থাৎ ৰাণা দাৰ আজি জন্মদিন। শিল্পীগৰাকীৰ আজি ৮১ সংখ্যক ওপজা দিন। অসমৰ সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টিৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল শিল্পীগৰাকীয়ে।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।তেওঁ সৃষ্টি কৰি যোৱা কালজয়ী গীতসমূহ বৰ্তমানেও অসমৰ ৰাইজৰ মাজত প্ৰচলিত আৰু প্ৰিয়।

জয়ন্ত হাজৰিকাই অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনিৰ সৃষ্টি কৰিছিল, যি তেখেতৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য আছিল।

১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত জন্ম লাভ কৰা জয়ন্ত হাজৰিকাই নিজৰ জীৱন কালত তেওঁ কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে৷ মঙলদৈৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাণা দা সৰুকালৰ পৰাই সংগীতৰ মাজতে ডাঙৰ-দীঘল হৈছিল৷ তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত অধ্যয়ন কৰিছিল যদিও মেট্ৰিকৰ দেওনাখনেই পাৰ হ’ব নোৱাৰিলে৷

ৰাণা দা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ আছিল। নিজৰ জীৱনকালত তেখেতে বহুতো জনপ্ৰিয় গীত সৃষ্টি কৰি গৈছে, যিবোৰে বৰ্তমানেও সংগীত প্ৰেমীকসকলক আপ্লুত কৰি ৰাখিছে।

ৰাণা দাৰ গীতত অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ কৰিছিল।

১৯৭৭ চনত ৰাণা দাই ‘নতুন আশা’ ছবিখনৰ সংগীত বাণীবদ্ধ কৰিবলৈ কলকাতালৈ যায়৷ তাতেই ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৪ বছৰ বয়সতে তেওঁ মৃত্যুক সাৱটি লয়।

Tags: Assamese IndustryJayanta HazarikaMusic Industry

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025