• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰেম বিবাহৰ পিছতো অবৈধ প্ৰেমৰ বাবে স্বামীৰ সৈতে পত্নীৰ জঘন্য কাণ্ড

Nation NE by Nation NE
February 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰেম বিবাহৰ পিছতো অবৈধ প্ৰেমৰ বাবে স্বামীৰ সৈতে পত্নীৰ জঘন্য কাণ্ড
Share on FacebookShare on TwitterWhatsApp

প্ৰেম এক সুন্দৰ অনুভৱ। ইজনে সিজনক পাবলৈ প্ৰেমিক-প্ৰেমিকাসকলে ধৰ্ম, জাতিৰ সকলো বাধা ভাঙি সমগ্ৰ বিশ্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ সাজু হয়, কিন্তু যেতিয়া এই প্ৰেমত তৃতীয় ব্যক্তি প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ ফল অতি ভয়ংকৰ হৈ পৰে।

এনে এক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ খুঁটি জিলাত। প্ৰেমিকৰ সৈতে পত্নীয়ে নিৰ্মমভাৱে শেষ কৰে নিজৰ স্বামী সন্দীপ টপ্পোক। লগতে আৰক্ষী আৰু পৰিয়ালৰ লোকক বিপথে পৰিচালিত কৰিবলৈ স্বামীৰ নিঠৰ দেহ পৰিত্যক্ত অৱস্থাত পথৰ দাঁতিত পেলাই দিয়ে।

২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত জিলাখনৰ লোধমা পথৰ মালগোৰ সমীপত এজন যুৱকৰ নিঠৰ দেহ উদ্ধাৰ কৰা হয়। এই ভয়ংকৰ কাণ্ডৰ ৰহস্য সমাধান কৰি খুঁটি জিলা আৰক্ষীয়ে সন্দীপৰ পত্নী খুছবু কুমাৰী আৰু প্ৰেমিক প্ৰদীপ কুজুৰকে ধৰি মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, খুছবু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰুও। পৰকীয়া প্ৰেমৰ বাবেই এই সমগ্ৰ কাণ্ড সংঘটিত হয়।

ৰাঁচীৰ ৰাটু থানা এলেকাৰ অন্তৰ্গত সুন্দিলৰ নিবাসী সন্দীপ টপ্পোৰ বিবাহ হৈছিল খুছবু কুমাৰীৰ সৈতে। দুয়োৰে প্ৰেম বিবাহ হৈছিল। খুছবু কুমাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বহু পদক লাভ কৰিছে। ঝাৰখণ্ড চৰকাৰে তেওঁক সন্মান জনাই মল্লযুঁজৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে।

এনে অৱস্থাত তেওঁ গুমলা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মল্লযুঁজৰ প্ৰশিক্ষণ দিয়ে। চৰকাৰী চাকৰি কৰা পত্নী খুছবু কুমাৰীয়ে গুমলা জিলাৰ বিষাণপুৰৰ এখন চৰকাৰী বিদ্যালয়ত এজন একাউণ্টেণ্টৰ প্ৰেমত পৰে।

ইফালে খুছবু কুমাৰীৰ স্বামী সন্দীপ টপ্পোৱে তেওঁৰ পত্নী আৰু প্ৰেমিক প্ৰদীপ কুজুৰৰ অবৈধ সম্পৰ্কৰ বিষয়ে জানিবলৈ পায়। সন্দীপে পত্নী খুছবু কুমাৰীক হেঁচা প্ৰয়োগ কৰি গুমলা জিলাৰ স্কুলীয়া চাকৰি এৰি ৰাঁচীত বসবাস আৰম্ভ কৰি প্ৰদীপ কুজুৰৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়ে। এই বিষয়টোক লৈ স্বামী-স্ত্ৰীৰ মাজত বিবাদ আৰম্ভ হয়। ইয়াৰ পিছতেই পত্নী খুছবু কুমাৰীয়ে তেওঁৰ প্ৰেমিক প্ৰদীপ কুজুৰৰ প্ৰেমত বাধাৰ সৃষ্টি কৰা স্বামী সন্দীপ টপ্পোক আঁতৰাই নিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ধৰে।

তেওঁলোকে সন্দীপ টপ্পোক শেষ কৰিবলৈ ৪জন লোকক চুক্তিবদ্ধ কৰি  ২,০০,০০০ টকাৰ চুক্তি ঠিক কৰে আৰু খুঁটি জিলাৰ কৰৰা থানা এলেকাৰ অন্তৰ্গত ৰাঁচী-লোধমা পথত সন্দীপক জীৱন শেষ কৰে। ইয়াৰ পিছতেই তেওঁৰ নিঠৰ দেহ পথত পেলাই দি পত্নী খুছবু কুমাৰীয়ে পৰিয়াল আৰু আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ নিজেই অপহৰণ আৰু ডকাইতিৰ ভুৱা কাহিনী ৰচনা কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে নগদ ২৫,৫০০ টকা, এই কাণ্ডত ব্যৱহৃত হকী ষ্টিক, ইনোভা আৰু এখন ভাৰ্না গাড়ীকে ধৰি দুখন বিলাসী গাড়ী, মোবাইল ফোনকে ধৰি অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে।

Tags: #JharkhandCrimeLOVE MARRIAGE

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025