• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 18, 2025
29 °c
Guwahati
30 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

    পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে

      Nation NE by Nation NE
      July 29, 2024
      in Top News, ক্ৰীড়া
      0 0
      শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে
      Share on FacebookShare on TwitterWhatsApp

      ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জ’ ৰুটে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইংলেণ্ডৰ প্ৰথম ইনিংছত ৰুটে খেলা ১২৪টা বলত ৮৭ ৰানৰ ইনিংছৰ জৰিয়তে মহান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

      টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত ব্ৰায়ান লাৰাক অতিক্ৰম কৰে ৰুটে। টেষ্ট কেৰিয়াৰত লাৰাই সংগ্ৰহ কৰিছিল ১১৯৫৩ ৰান। ইফালে ৰুটে এইপৰ্যন্ত টেষ্টত সংগ্ৰহ কৰিছে ১২০২৭ ৰান।

      কেৱল এয়াই নহয় টেষ্ট ক্ৰিকেটত দ্ৰুত ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো ৰুটে অতিক্ৰম কৰে নিজ দেশৰে প্ৰাক্তন অধিনায়ক এলিষ্টেয়াৰ কুকক। ৰুটে ২৬১টা ইনিংছত ১২ হাজাৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে ১২ হাজাৰ সংগ্ৰহ কৰাৰ বাবে কুকক প্ৰয়োজন হৈছিল ২৭৫টা ইনিংছৰ।

      ইয়াৰ উপৰি টেষ্ট ক্ৰিকেটত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা সপ্তমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল ৰুট। ৰুটে ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰো অভিলেখ ভংগ কৰে। ৰুটে ১৪৩ খন মেচত ১২ হাজাৰ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শচীনে ১৫২ খন মেচত সংগ্ৰহ কৰিছিল ১২ হাজাৰ ৰান।

      কেৱল এয়াই নহয়, টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটছমেনৰূপে পৰিগণিত হ’ল ৰুট। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা। ছাংগাকাৰাই ১৩০ খন মেচত ১২ হাজাৰ ৰান সংগ্ৰহ কৰিছিল।

      ৰুট, কুকৰ পিছত ১২ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ইংলেণ্ডৰ বেটছমেন। টেষ্ট কেৰিয়াৰত কুকে সৰ্বমুঠ ১২,৪৭২ ৰান সংগ্ৰহ কৰিছিল।

      টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত ৰুট কেৱল শচীন (১৫৯২১), ৰিকি পন্টিং(১৩৩৭৮), জেকছ কালিছ (১৩২৮৯), ৰাহুল দ্ৰাবিড় (১৩২৮৮), কুক (১২৪৭২) আৰু কুমাৰ ছাংগাকাৰা (১২৪০০) ৰ পিছত আছে।

      Tags: Brian LaraEnglandJoe RootSachin TendulkarTest Cricket

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 18, 2025
      শব্দ প্ৰদূষণক লৈ কঠোৰ চৰকাৰ; ধৰ্মীয় স্থানৰ পৰা আঁতৰোৱা হ’ল লাউডস্পিকাৰ
      Top News

      শব্দ প্ৰদূষণক লৈ কঠোৰ চৰকাৰ; ধৰ্মীয় স্থানৰ পৰা আঁতৰোৱা হ’ল লাউডস্পিকাৰ

      July 17, 2025
      দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান
      Top News

      দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

      July 17, 2025
      পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া
      BIG BREAKING

      পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

      July 17, 2025
      বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন
      Top News

      বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন

      July 17, 2025
      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!
      Top News

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      July 17, 2025

      শীৰ্ষ সংবাদ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      শব্দ প্ৰদূষণক লৈ কঠোৰ চৰকাৰ; ধৰ্মীয় স্থানৰ পৰা আঁতৰোৱা হ’ল লাউডস্পিকাৰ

      দৃষ্টি ৰাজখোৱাসহ কেইবাজনো নেতাৰ বিজেপিত যোগদান

      পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

      বিৰাট কোহলীৰ ভিডিঅ’ৰ বাবে হৈছিল পদপিষ্টৰ ঘটনা? কৰ্ণাটক চৰকাৰৰ চাঞ্চল্যকৰ প্ৰতিবেদন

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -