• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশ কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ১৭ জন যাত্ৰী

Nation NE by Nation NE
December 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশ কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা,  থিতাতে নিহত ১৭ জন যাত্ৰী
Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত ২৫ ডিচেম্বৰৰ পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ১২ জনতকৈ অধিক লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। হিৰিয়ুৰ তালুকৰ গোৰ্লাট্টু অঞ্চলত এখন ব্যক্তিগত শ্লিপাৰ বাছ আৰু এখন ট্ৰাকৰ হিংস্ৰ সংঘৰ্ষৰ ফলত দুয়োখন বাহনতে জুই লাগি ভিতৰত যাত্ৰীসকল আৱদ্ধ হৈ পৰে।

আৰক্ষীৰ মতে, পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। বেংগালুৰুৰ পৰা গোকৰ্ণা অভিমুখে গৈ থকা ব্যক্তিগত শ্লীপাৰ বাছখনক সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকে খুন্দা মাৰে। দুৰ্ঘটনাত ট্ৰাকখনৰ কিছু অংশ জ্বলি যোৱাৰ লগতে চালকজনৰ থিতাতে মৃত্যু হয়। গাড়ীখনত চালক আৰু কণ্ডাক্টৰকে ধৰি মুঠ ৩২জন লোক আছিল।

সংঘৰ্ষৰ পিছত অগ্নি দ্ৰুত গতিত বিয়পি পৰাৰ বাবে বহু যাত্ৰী বাছখনৰ ভিতৰত আৱদ্ধ হৈ পৰাৰ ফলত পলায়ন কৰিব নোৱাৰে।যাৰ ফলত তেওঁলোকৰ থিতাতে মৰ্মান্তিক মৃত্যু হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ডি এছ পি শিৱকুমাৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰে। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আহত যাত্ৰীসকলক প্ৰথমে চিত্ৰদুৰ্গা জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত দ্ৰুতবেগী বা গাফিলতিৰ কথা কোৱা হৈছে যদিও তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে আনুষ্ঠানিক নিশ্চিতকৰণ কৰা হ’ব।

কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। মৃতকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব ঘোষণা কৰা হয়।

Tags: Bus AccidentKarnatakaterrific

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025