• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 10, 2025
28 °c
Guwahati
29 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘প্ৰথমতে আমি ভাৰতীয়, তাৰ পিছতহে আমি কাশ্মীৰী’- কাশ্মীৰৰ স্থানীয় ৰাইজৰ ভাষ্য

      Nation NE by Nation NE
      April 23, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ‘প্ৰথমতে আমি ভাৰতীয়, তাৰ পিছতহে আমি কাশ্মীৰী’- কাশ্মীৰৰ স্থানীয় ৰাইজৰ ভাষ্য
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পাহাৰীয়া ষ্টেচন পহলগামত পৰ্যটকৰ ওপৰত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। তেওঁলোকক ধৰ্মৰ বিষয়ে সুধি গুলীবিদ্ধ কৰে। লগতে তেওঁলোকক কলিমা আবৃত্তি কৰিবলৈ কোৱা হৈছিল।

      সন্ত্ৰাসবাদীৰ গুলীয়ে ২৮জন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। পৃথিৱীৰ স্বৰ্গ বুলি কোৱা কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এক মুহূৰ্ততে নৰক সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে। এই আক্ৰমণৰ প্ৰতিবাদত সমগ্ৰ দেশ একত্ৰিত হৈছে। এই আক্ৰমণৰ পিছতে শোক আৰু ক্ষোভত ভাঙি পৰিছে কাশ্মীৰীসকল।

      সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰতিজন কাশ্মীৰী। তেওঁলোকে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সন্ত্ৰাসবাদীয়ে এটা বিশেষ ধৰ্মৰ লোকক লক্ষ্য কৰি এই গুলীচালনা হৈছে। এই আক্ৰমণত স্তম্ভিত হৈ পৰিছে কাশ্মীৰৰ স্থানীয় জনসাধাৰণ। সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত কাশ্মীৰৰ মছজিদৰ পৰা বন্ধ ঘোষণা কৰা হৈছে।এই আক্ৰমণৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে কাশ্মীৰী জনসাধাৰণ।

      অনন্তনাগ জিলাৰ পহলগামৰ পৰা সমগ্ৰ কাশ্মীৰ অঞ্চললৈকে স্থানীয় ৰাইজে সন্ত্রাসবাদী আক্রমণৰ বলি হোৱা লোকসকলৰ ন্যায় বিচাৰি মমবাতিৰ সমদল উলিয়াইছে৷ মছজিদৰ ইমামসকলে লাউডস্পীকাৰৰ জৰিয়তে ঘোষণা কৰিছে যে, সন্ত্ৰাসবাদীবোৰ ইছলাম আৰু কাশ্মীৰিয়তৰ শত্ৰু। মঙলবাৰে সংঘটিত এই আক্ৰমণৰ পিছতে কাশ্মীৰৰ প্ৰায়বোৰ মছজিদৰ পৰা বুধবাৰে কাশ্মীৰ বন্ধ পালনৰ আহ্বান জনোৱা হয় যাতে এই আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ সৈতে সংহতি প্ৰকাশ কৰে।

      মঙলবাৰে নিশা অনন্তনাগ, পহলগাম, কুপৱাৰা, বাৰামুল্লা, বান্দিপোৰা, পুলৱামা, বুডগাম, শ্বোপিয়ান, শ্ৰীনগৰত মমবাতিৰ সমদল উলিওৱা হয়। ইফালে পহলগামৰ স্থানীয় ৰাইজে সন্ত্রাসবাদী আক্রমণৰ বলি হোৱা লোকসকলৰ ন্যায় বিচাৰি মমবাতিৰ সমদল উলিয়ায়৷ ইয়াৰ ৰাইজে কয় যে, পহলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। সেয়া সমগ্ৰ পহলগামৰ হৈ আমি এই কাপুৰুষালিক তীব্ৰ গৰিহণা দিয়ে। তেওঁ লগতে কয় যে, প্ৰথমতে তেওঁলোক ভাৰতৰ বাসিন্দা, তাৰ পিছতহে তেওঁলোক কাশ্মীৰী।

      Tags: AttackkashmirPakistan

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025
      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন
      Top News

      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ
      Top News

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

      July 10, 2025
      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে
      Top News

      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

      July 10, 2025

      শীৰ্ষ সংবাদ

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

      প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ সৈতে ভয়ংকৰ কাণ্ড পিতৃৰ

      বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

      ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist