• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেহেলগাম কাণ্ডত জড়িত অপৰাধীৰ গৃহ তচনচ সেনাৰ, প্ৰধানমন্ত্ৰীৰ অনুমতি সাপেক্ষে সেনাৰ এই পদক্ষেপ

Nation NE by Nation NE
April 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু এজন পৰ্যটকৰ, আহত ৬ জন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দক্ষিণ কাশ্মীৰৰ ট্ৰালৰ মোনাঘান অঞ্চলত লস্কৰ-ই-তৈবাৰৰ সন্ত্ৰাসবাদী আছিফ শ্বেখ আৰু আদিলৰ গৃহ তচনচ কৰি ভাঙি পেলোৱা হৈছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ ভিতৰত আছিল আছিফ শ্বেখ আৰু আদিল।

পেহেলগাম আক্ৰমণত জড়িত এজন সন্ত্ৰাসবাদীৰ গৃহ নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰক ব্যৱহাৰ কৰি উৰুৱাই দিয়ে, আন এজনৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলায়। নিৰাপত্তাৰক্ষীয়ে বিস্ফোৰক ব্যৱহাৰ কৰি আছিফ শ্বেখ নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। এই কাৰ্য্য ইমানেই সঠিক আছিল যে ঘৰটো ধ্বংসাৱশেষলৈ পৰিণত হৈছিল। একে সময়তে আন এজন সন্ত্ৰাসবাদী আদিলৰো গৃহ বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে। ট্ৰাল আৰু অন্যান্য অঞ্চলত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই বিস্ফোৰণত এওঁলোক ২ জনৰে গৃহ আংশিকভাৱে ধ্বংস হৈছে। কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতিৰ কোনো তথ্য পোৱা যোৱা নাই, কিয়নো অঞ্চলটো খালী কৰাৰ লগতে কাষৰীয়া ঘৰবোৰো খালী কৰা হৈছে। এই গৃহ ভঙাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

শুকুৰবাৰে দক্ষিণ কাশ্মীৰৰ ট্ৰাল আৰু বিজবেহাৰা অঞ্চলত দুজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ আৱাসগৃহ ভাঙি ধ্বংস কৰে বিষয়াসকলে। এই আক্ৰমণ পেহেলগাম আক্ৰমণৰ তিনিদিন পিছত সংঘটিত হৈছিল য’ত কমেও ২৮ জন লোক নিহত হৈছিল আৰু এজনক বাদ দি আন সকলো আছিল পৰ্যটক।

এই আক্ৰমণ মুঠ ৫ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল, ইয়াৰে তিনিজন পাকিস্তানী নাগৰিক আৰু দুজন কাশ্মীৰৰ বাসিন্দা আছিল। পাকিস্তানত কাশ্মীৰী সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ বিপৰীতে জম্মু-কাশ্মীৰত ইতিমধ্যে সক্ৰিয় হৈ আছিল এই পাকিস্তানী সন্ত্ৰাসবাদী। ইয়াৰ ভিতৰত আছে আছিফ ফৌজী (কোড নাম: মুছা), চুলেমান শ্বাহ (কোড নাম: ইউনুছ), আবু তালহা (কোড নাম: আছিফ), অনন্তনাগৰ বিজবেহাৰাৰ বাসিন্দা আদিল গুৰি আৰু পুলৱামাৰ বাসিন্দা এহছান।

Tags: kashmirpahalgamPakistan

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025