• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কিডনী ষ্ট’নত ভুগিলে কি কি খাব আৰু কি কি নাখাব, জানি লওক

      Nation NE by Nation NE
      November 5, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কিডনী ষ্ট’নত ভুগিলে কি কি খাব আৰু কি কি নাখাব, জানি লওক
      Share on FacebookShare on TwitterWhatsApp

      বৃক্কৰ পাথৰ বা কিডনী ষ্ট’ন হৈছে আমাৰ শৰীৰত বৃক্কৰ ভিতৰত গঠন হোৱা খনিজ পদাৰ্থ আৰু লৱণৰ পৰা গঠিত কঠিন পদাৰ্থ।অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এজন ব্যক্তি বহুতো ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত ‘কিডনী ষ্ট’ন’ অন্যতম৷ ষ্ট’ন বা কিডনীৰ পাথৰ হৈছে এক গুৰুতৰ সমস্যা, যাৰ বিষ একেবাৰেই অসহনীয়৷ যদি জীৱনশৈলী স্বাস্থ্যকৰ হয়, তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে এই ষ্ট’ন শৰীৰৰ পৰা ওলাই যায়৷ কিন্তু ষ্ট’নৰ আকাৰ ডাঙৰ হ’লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈ পৰে৷

      খাদ্য, শৰীৰৰ অতিৰিক্ত ওজন, কিছুমান চিকিৎসাজনিত অৱস্থা, আৰু কিছুমান পৰিপূৰক আৰু ঔষধ বহু সময়ত বৃক্কত পাথৰ হোৱাৰ জমা হোৱাৰ ক্ষেত্ৰত অন্যতম। বৃক্কৰ পাথৰে আমাৰ আমাৰ বৃক্কৰ পৰা আৰম্ভ কৰি মূত্ৰাশয়লৈকে অথবা প্ৰস্ৰাৱ নলীৰ যিকোনো অংশত প্ৰভাৱ পেলাব পাৰে।প্ৰায়ে প্ৰস্ৰাৱ ঘনীভূত হ’লে পাথৰ সৃষ্টি হয়, যাৰ ফলত খনিজ পদাৰ্থবোৰ স্ফটিকীয় হৈ একেলগে লাগি থাকে।

      যদি আপুনি ‘কিডনী ষ্ট’ন’ৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰিলে, কেনেধৰণৰ খাদ্য আমাৰ বাবে উপকাৰী আৰু কি কি খাদ্য অপকাৰী, জানো আহক-

      কিডনী ষ্ট’ন’ হ’লে কেনেধৰণৰ খাদ্যগ্ৰহণ কৰিব লাগে-

      • তুলসী

      তুলসীত থকা উপাদানবোৰে ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰিত হৈ থাকিলে ‘কিডনী ষ্ট’ন’ হোৱাৰ সম্ভাৱনা ক্ষীন৷ তদপৰি, তুলসীৰ পাতত এচিটিক এচিড থাকে, যিয়ে এই ষ্ট’ন ভঙাত যথেষ্ট সহায়ক হয়৷ সেয়েহে এই ৰোগত আক্ৰান্তসকলে দৈনিক এক চামুচ তুলসীৰ ৰস খাব পাৰে ৷

      • পানী

      যদি কিডনীত ষ্ট’ন থাকে, তেন্তে দিনে কমেও ৫ লিটাৰকৈ পানী খাব লাগে৷ পানীৰ সহায়ত ষ্ট’ন তৈয়াৰ কৰা ৰাসায়নিক পদাৰ্থ সোনকালে শৰীৰৰ বাহিৰ হৈ যায়৷

      • নেমুৰ ৰস

      নেমুৰ ৰসে কিডনীত ষ্ট’নৰ আশংকা বহুখিনি হ্ৰাস কৰে৷ নেমু ষ্ট’নৰ আকাৰ হ্ৰাস কৰাতো কাৰ্যকৰী ৷

      কি খাব নালাগে

      • আমিষ খাদ্য

      আমিষ খাদ্যত প্ৰ’টিনৰ পৰিমাণ অতি বেছি থাকে৷ কিন্তু কিডনীত ষ্ট’ন হ’লে শৰীৰত প্ৰ’টিনৰ মাত্ৰা হ্ৰাস কৰিবহে লাগে৷ ইয়াৰ কাৰণ হৈছে যদিহে কিডনীত ষ্ট’ন থাকিলে অধিক প্ৰ’টিন গ্ৰহণ কৰা হয়, তেতিয়া প্ৰস্ৰাৱৰ জৰিয়তে প্ৰয়োজনকৈ অধিক কেলচিয়াম শৰীৰৰ পৰা বাহিৰ হয়৷

      • শীতল পানীয়

      ফছফৰিক এচিড থকাৰ বাবে বিভিন্ন শীতল পানীয় সেৱন কৰাটো অত্যন্ত অনুপযোগী৷যিয়ে আমাৰ শৰীৰটোৰ যথেষ্ট ক্ষতিসাধন কৰে।ইয়াৰোপৰি আমি নিৰন্তৰভাৱে পানীৰ লগতে কেফেইনযুক্ত কফি আৰু চাহ খাওঁ৷ এই দুয়োটাৰ ফলতেই ডিহাইড্ৰেচন হয়, সেয়েহে কিডনীত ষ্ট’ন থাকিলে কফি-চাহ অধিক খাব নালাগে৷

      • নিমখ

      যদি কাৰোবাৰ কিডনী ষ্ট’নৰ সমস্যা আছে, নিমখ গ্ৰহণ হ্ৰাস কৰিবলৈ চেষ্টা কৰা উচিত৷

      • ভিটামিন-চি গ্ৰহণ

      ‘কিডনী ষ্ট’ন’ত ভিটামিন-চি থকা খাদ্যও অত্যাধিক গ্ৰহণ কৰিব নালাগে৷

      Tags: Health BenefitsHealthy lifeMedical life

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist