• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
29 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      UPSCত শীৰ্ষ ১০ৰ ভিতৰত স্থান দখল কৰা দেশৰ ৫ গৰাকী কন্যা

      Nation NE by Nation NE
      April 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      UPSCত শীৰ্ষ ১০ৰ ভিতৰত স্থান দখল কৰা দেশৰ ৫ গৰাকী কন্যা
      Share on FacebookShare on TwitterWhatsApp

      এইবাৰো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) অসামৰিক সেৱা পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফলত ভাৰতীয় কন্যাৰ দপদপনি অব্যাহত আছে। ৫ গৰাকী কন্যাই শীৰ্ষ ১০ ৰ ভিতৰত স্থান দখল কৰাৰ বিপৰীতে প্ৰথম দুটা স্থানতে আছে দুগৰাকী কন্যা।

      এইবাৰো বিগত বছৰবোৰৰ দৰে কন্যাৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু দৃঢ়তাৰ নিদৰ্শন দেখা গৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত শীৰ্ষস্থান দখল কৰা পাঁচগৰাকী কন্যাৰ বিষয়ে জানো আহক…

      প্ৰথম স্থান- শক্তি ডুবে (উত্তৰ প্ৰদেশ)

      কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শক্তি ডুবে প্ৰয়াগৰাজৰ বাসিন্দা। বিজ্ঞানৰ ছাত্ৰী শক্তিয়ে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত বি এছ চি কৰি তাৰ পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে বাছি লৈছিল। ২০১৮ চনৰ পৰা প্ৰস্তুতি চলাই অহা শক্তিয়ে অৱশেষত নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হয়।

      দ্বিতীয় স্থান- হৰ্ষিতা গোয়েল (হাৰিয়ানা)

      দ্বিতীয় স্থানত থকা হৰ্ষিতা মূলতঃ হাৰিয়ানাৰ যদিও তেওঁ বিগত কিছু বছৰৰ পৰা গুজকৰাৰ বডোদৰাত স্থায়ীভাৱে থাকিবলৈ লৈছিল। চাৰ্টাৰ্ড একাউণ্ট হৰ্ষিতাই সমাজ সেৱাৰ বাবে ত্যাগ কৰিছিল নিজৰ বিত্তীয় জগতখন।

      চতুৰ্থ স্থান- মাৰ্গী চিৰাগ শ্বাহ (আহমদাবাদ, গুজৰাট)

      গুজৰাট প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰা মাৰ্গীয়ে সমাজবিজ্ঞানক ঐচ্ছিক বিষয় হিচাপে বাছি লৈ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে।

      ষষ্ঠ স্থান- কোমল পুনিয়া (উত্তৰ প্ৰদেশ)

      দ্বিতীয় প্ৰয়াসত ইউ পি এছ চি ক্লিয়াৰ কৰি কোমল পুনিয়াই উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। কোমলৰ কঠোৰ পৰিশ্ৰম আৰু আবেগে দেখুৱাই দিলে যে নিষ্ঠা আৰু নিৰন্তৰ প্ৰচেষ্টাৰে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি।

      সপ্তম স্থান- আয়ুষী বংশাল (গোৱালিয়ৰ, মধ্যপ্ৰদেশ)

      ২০২২ চনত ১৮৮ নম্বৰ আৰু ২০২৩ চনত ৯৭ নম্বৰ স্থান লাভ কৰিছিল আয়ুষীয়ে এইবাৰ সপ্তম স্থান দখল কৰি নিজকে নতুন শিখৰলৈ লৈ যায়। আয়ুষীয়ে শৈশৱতে পিতৃক হেৰুৱাইছিল যদিও মাকৰ প্ৰেৰণা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হয়। আই আই টিৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ দিল্লীলৈ আহিছিল।

      Tags: GirlsTop RankUPSC

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist