• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলকাতা কাণ্ড: মুখ্যমন্ত্ৰী মমতাক সাক্ষাৎ কৰাৰ পিছত ১৭ দিনীয়া অনশনৰ অন্ত পেলালে কনিষ্ঠ চিকিৎসকে

Nation NE by Nation NE
October 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কলকাতা কাণ্ড: মুখ্যমন্ত্ৰী মমতাক সাক্ষাৎ কৰাৰ পিছত ১৭ দিনীয়া অনশনৰ অন্ত পেলালে কনিষ্ঠ চিকিৎসকে
Share on FacebookShare on TwitterWhatsApp

দেশ কঁপাই যোৱা কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ কাণ্ডত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰি ১৭ দিনীয়া অনশনৰ অন্ত পেলাই কনিষ্ঠ চিকিৎসকে। অৱশ্যে কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিব।

চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকৰ সৈতে জঘন্য কাণ্ড তথা হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল চিকিৎসকে। এই বিষয়ত সোমবাৰে সন্ধিয়া নবান্নৰ সচিবালয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰতিবাদকাৰী চিকিৎসকৰ মাজত প্ৰায় ২ ঘণ্টা ধৰি এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত চিকিৎসকৰ দাবীৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠক নবান্নাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছিল।

এই বৈঠকত মুখ্যমন্ত্ৰী মমতাই কনিষ্ঠ চিকিৎসকসকলক ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনায়। তেওঁ কয় যে,  চিকিৎসকৰ সৰহসংখ্যক দাবীকেই বিবেচনা কৰা হৈছে যদিও মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্য সচিবক অপসাৰণ কৰিবলৈ প্ৰতিবাদকাৰী চিকিৎসকৰ দাবী নাকচ কৰে।চিকিৎসা মহাবিদ্যালয়খনৰ বহু কনিষ্ঠ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীক কোনো নিয়ম পালন নকৰাকৈ কিয় নিলম্বন কৰা হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

এই সন্দৰ্ভত আন্দোলনকাৰী চিকিৎসক অনিকেত মহাতোৱে কয় যে, নিলম্বিত হোৱা চিকিৎসকসকল ভয়-ভাবুকি দিয়া সংস্কৃতিৰ অংশ হৈ আহিছে। এনে লোক ডাক্তৰ হোৱাৰ যোগ্য নহয়।

ডাঃ মহাতোই কয় যে, প্ৰয়োজন হ’লে পশ্চিম বংগ চৰকাৰে চিকিৎসকৰ কৰ্মক্ষমতাৰ মূল্যায়ন কৰিব পাৰে। ইয়াৰ পিছত এটা সিদ্ধান্ত ল’ব পাৰিব। এই গুণ্ডাবোৰে ছাত্র-ছাত্রীৰ আৱৰণত চিকিৎসা মহাবিদ্যালয়খনৰ পৰিবেশ বিনষ্ট কৰিছে৷ যদি চৰকাৰে তেওঁলোকৰ উত্তৰবহী পুনৰ পৰীক্ষা কৰে, তেন্তে দেখিব যে তেওঁলোক উত্তীৰ্ণ হোৱাৰও যোগ্য নহয়।

তেওঁ কয় যে, এই কনিষ্ঠ চিকিৎসকসকলে ১৭ দিনলৈকে উপবাসে আছিল। তেওঁলোকে মহিলা চিকিৎসকগৰাকীৰ ন্যায় আৰু ৰাজ্যৰ স্বাস্থ্যসেৱাত ব্যৱস্থাগত পৰিৱৰ্তনৰ দাবী জনাইছে। অনশনত বহি থকা এই চিকিৎসকসকলৰ ভিতৰত ৬ জনক স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনা সন্দৰ্ভত কনিষ্ঠ চিকিৎসক আকিব আশ্ৰফে কয় যে, বৈঠকৰ পিছত চৰকাৰে বিষয়টো ইতিবাচকভাৱে চম্ভালিব বিচৰা যেন নালাগিল।

তেওঁ কয় যে চৰকাৰৰ বহু কথা স্পষ্ট নহয়। মৃত চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়েও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব লাগে যদিও অনশন বন্ধ কৰিব লাগে। ডাঃ মহাতোই কয় যে, তেওঁলোকৰ লগত থকা সকলোৱেই সন্মানৰ যোগ্য। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত: অনশন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

Tags: Doctors ProtestKolkata CaseMamata Banerjee

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025