• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লাডাখত হিং*সাত্মক প্ৰতিবাদ; এই পৰ্যন্ত ৪ জনৰ প্ৰাণহানি আৰু আহত বহু; জানক শেহতীয়া আপডেট…

Nation NE by Nation NE
September 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লাডাখত হিং*সাত্মক প্ৰতিবাদ; এই পৰ্যন্ত ৪ জনৰ প্ৰাণহানি আৰু আহত বহু; জানক শেহতীয়া আপডেট…
Share on FacebookShare on TwitterWhatsApp

২৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখক সম্পূৰ্ণ ৰাজ্য গঠনৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদ হিংসা, অগ্নিসংযোগ, ৰাজপথৰ সংঘৰ্ষলৈ পৰিণত হয়। ৪জন লোক নিহত হোৱাৰ লগতে আহত হয় কমেও ৮০জন।

বিগত কেইবামাহো ধৰি লাডাখৰ হৈ বিভিন্ন প্ৰতিবাদৰ নেতৃত্ব দি আহিছিল সমাজ কৰ্মী সোণম ৱাংচুকে। এতিয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে।

প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত আৰক্ষীৰ সংঘৰ্ষ হয়, যাৰ ফলত ৪জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো আহত হয়। এক প্ৰতিবেদন অনুসৰি, ৪০ জন আৰক্ষীও আহত হৈছে। সমগ্ৰ মহানগৰীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ কবিন্দৰ গুপ্তাই লেহত সংঘটিত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিয়ে। কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তি বিঘ্নিত কৰাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

প্ৰতিবাদকাৰীৰ ৪ টা ডাঙৰ দাবী হ’ল-

  • লাডাখৰ বাবে সম্পূৰ্ণ ৰাজ্য
  • ষষ্ঠ অনুসূচীৰ অধীনত সাংবিধানিক সুৰক্ষা
  • কাৰ্গিল আৰু লেহৰ বাবে পৃথক পৃথক লোকসভাৰ আসন
  • স্থানীয় লোকক চৰকাৰী চাকৰিত নিযুক্তি

প্ৰতিবাদকাৰীৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা ৬ অক্টোবৰত দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰিব পাৰে। ২০২৯ চনত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিল হোৱাৰ পিছত জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হয়। তেতিয়া চৰকাৰে পৰিস্থিতি স্বাভাৱিক হ’লেই সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।

Tags: Ladakh

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025