• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৈষ্ণো দেবী পথত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী ভক্তৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
August 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বৈষ্ণো দেবী পথত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী ভক্তৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ লগতে ধাৰাবাহিকভাৱে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আজি বিয়লি বৈষ্ণো দেৱী যাত্ৰা পথত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

এই ঘটনাত ৫ গৰাকী ভক্তৰ মৃত্যু হোৱাৰ লগতে ১৪ গৰাকীৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। ভূমিস্খলন তথা বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বৈষ্ণো দেৱী যাত্ৰা বন্ধ কৰি দিয়া হৈছে।

জম্মু-কাশ্মীৰত অবিৰত বৰষুণৰ বাবে মঙলবাৰে বিয়লি ত্ৰিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বহু লোক আহত হয়। বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ পিছত বিখ্যাত মন্দিৰটোৰ তীৰ্থযাত্ৰা বন্ধ কৰি দিয়া হৈছে।

অৰ্ধকুঁৱাৰীত অৱস্থিত ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত দিনৰ প্ৰায় ৩ বজাত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। বিষয়াসকলে জনোৱা মতে, পাহাৰৰ ওপৰত অৱস্থিত মন্দিৰলৈ যোৱা ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ প্ৰায় আধা বাটত এই ঘটনা সংঘটিত হৈছে।

Tags: #LandslideJammu and KashmirMata Vaishno Devi

Related Posts

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Top News

October 23, 2025
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025