• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৈষ্ণো দেবী পথত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী ভক্তৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
August 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বৈষ্ণো দেবী পথত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী ভক্তৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ লগতে ধাৰাবাহিকভাৱে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আজি বিয়লি বৈষ্ণো দেৱী যাত্ৰা পথত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

এই ঘটনাত ৫ গৰাকী ভক্তৰ মৃত্যু হোৱাৰ লগতে ১৪ গৰাকীৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। ভূমিস্খলন তথা বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বৈষ্ণো দেৱী যাত্ৰা বন্ধ কৰি দিয়া হৈছে।

জম্মু-কাশ্মীৰত অবিৰত বৰষুণৰ বাবে মঙলবাৰে বিয়লি ত্ৰিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বহু লোক আহত হয়। বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ পিছত বিখ্যাত মন্দিৰটোৰ তীৰ্থযাত্ৰা বন্ধ কৰি দিয়া হৈছে।

অৰ্ধকুঁৱাৰীত অৱস্থিত ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত দিনৰ প্ৰায় ৩ বজাত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। বিষয়াসকলে জনোৱা মতে, পাহাৰৰ ওপৰত অৱস্থিত মন্দিৰলৈ যোৱা ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ প্ৰায় আধা বাটত এই ঘটনা সংঘটিত হৈছে।

Tags: #LandslideJammu and KashmirMata Vaishno Devi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025