• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লেবাননত ইজৰাইলৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণৰ ফলত সৃষ্টি হৈছে বিশৃংখলতা

Nation NE by Nation NE
September 19, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
লেবাননত ইজৰাইলৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণৰ ফলত সৃষ্টি হৈছে বিশৃংখলতা
Share on FacebookShare on TwitterWhatsApp

গাজাত হামাসৰ সৈতে চলি থকা যুদ্ধৰ বাবে ইজৰাইল আৰু লেবাননও ইজনে সিজনৰ শত্ৰু হৈ পৰিছে। হিজবুল্লাহ আৰু ইজৰাইলে নিৰন্তৰে আক্ৰমণ ইজনে সিজনৰ বিৰুদ্ধে আক্ৰমণ চলাই আছে আৰু প্ৰতিশোধ লৈ আছে।

শেহতীয়াকৈ ইজৰাইলে লেবাননৰ ওপৰত এক ডাঙৰ আক্ৰমণ কৰিছে। ইজৰাইলী বায়ু সেনাই দক্ষিণ বায়ু সেনাৰ ৬ খন চহৰত বিমান আক্ৰমণ চলাইছে। ইজৰাইলে হিজবুল্লাহৰ গোপন আস্তানাত এই আক্ৰমণ চলাইছে।

গাজাত হামাসৰ সৈতে চলি থকা যুদ্ধৰ বাবে ইজৰাইল আৰু লেবাননও ইজনে সিজনৰ শত্ৰু হৈ পৰিছে। লেবাননৰ হিজবুল্লাহই হামাসৰ সমৰ্থনত ইজৰাইলক আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলেও ইয়াৰ প্ৰতি সঁহাৰি জনাইছে।

ইজৰাইলে লেবাননৰ ছয়খন চহৰত এনে সময়ত বিমান আক্ৰমণ চলাইছিল যেতিয়া এদিন পূৰ্বে হিজবুল্লাহৰ দ্বাৰা ব্যৱহৃত ৱাকি-টকী লেবাননত বিস্ফোৰণ কৰা হৈছিল। ৱাকি-টকী বিস্ফোৰণত সমগ্ৰ লেবাননত কমেও ২০ জন লোক নিহত হৈছিল। আনহাতে ৪৫০ ৰো অধিক লোক আহত হৈছে।

লেবাননত পেজাৰ বিস্ফোৰণ হোৱাৰ এদিন পিছতে এই আক্ৰমণ সংঘটিত হয়, যাৰ ফলত ১২ জন লোক নিহত হয় আৰু ২,৮০০ ৰো অধিক লোক আহত হয়। ইয়াৰ পিছত, বিশ্বৰ বহুনেতাই সতৰ্ক কৰি দিয়ে যে, এই আক্ৰমণৰ পিছত, হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ আৰু বৃদ্ধি পাব পাৰে।

এই আক্ৰমণবোৰৰ আঁৰত মোচাদ আছে নেকি?

লেবাননত হিজবুল্লাহৰ দ্বাৰা ব্যৱহৃত পেজাৰ আৰু ৱাকি টকী বিস্ফোৰণে সকলোকে আচৰিত কৰি তুলিছে। কিন্তু ইজৰাইলে এই আক্ৰমণৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

অৱশ্যে, বহুতো প্ৰতিবেদনত, ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোচাদ এই আক্ৰমণৰ আঁৰত আছে বুলি কোৱা হৈছে। এই প্ৰতিবেদনসমূহে দাবী কৰিছে যে, মোচাদে নিজৰ শত্ৰুসকলৰ ওপৰত প্ৰতিশোধ ল’বলৈ পুনৰ ইয়াৰ পুৰণি পদ্ধতি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে।

বিশেষজ্ঞসকলে দাবী কৰে যে, ১৯৭০ চনত অলিম্পিকত ১১ জন ইজৰাইলী খেলুৱৈক হত্যা কৰাৰ পিছত মোচাডে একেধৰণে শত্ৰুৰ ওপৰত প্ৰতিশোধ লৈছিল

Tags: International warIsraelLebanon

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025