• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অশ্বিনৰ পাছত আন এগৰাকী প্ৰবীণ ভাৰতীয় স্পিনাৰে বিদায় জনালে ক্ৰিকেটক

Nation NE by Nation NE
September 4, 2025
in Top News, ক্ৰীড়া
0 0
অশ্বিনৰ পাছত আন এগৰাকী প্ৰবীণ ভাৰতীয় স্পিনাৰে বিদায় জনালে ক্ৰিকেটক
Share on FacebookShare on TwitterWhatsApp

ৰবিচন্দ্ৰন অশ্বিনৰ পিছত আন এগৰাকী ভাৰতীয় স্পিনাৰ অমিত মিশ্ৰাই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। এতিয়াৰে পৰা তেওঁক ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো দেখা পোৱা নাযাব।

অৱসৰৰ কথা ঘোষণা কৰি অমিত মিশ্ৰাই কয় যে বাৰম্বাৰ আঘাত আৰু নতুন প্ৰজন্মক সুযোগ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো।

উল্লেখ্য যে, ২০০৩ চনত অনুষ্ঠিত হোৱা এটা ত্ৰিদেশীয় শৃংখলাত অমিত মিশ্ৰাৰ এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল। কিন্তু টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ বাবে তেওঁ ২০০৮ চনলৈ অপেক্ষা কৰিবলগীয়া হয়। আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ প্ৰথমখন মেচত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি পাঁচটা উইকেট দখল কৰিছিল।

আনহাতে ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন আছিল উল্লেখনীয়। সেইবাৰৰ বিশ্বকাপত মিশ্ৰাই মাত্ৰ ৬.৬৮ ইকনমিৰে ১০টা উইকেট দখল কৰি ভাৰতক ফাইনেলত উপনীত কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কেৰিয়াৰৰ উত্থান-পতনৰ মাজেৰে আগবঢ়া মিশ্ৰাই শেষবাৰৰ বাবে ২০১৭ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈছিল।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সমান্তৰালকৈ আই পি এলতো তেওঁৰ প্ৰদৰ্শন আছিল উল্লেখনীয়। ১৬২ খন মেচত তেওঁ ১৭৪টা উইকেট দখল কৰিছে। আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত তেওঁ সপ্তম স্থানত আছে।

থোৰতে তেওঁৰ কেৰিয়াৰ

টেষ্ট- ২২খন মেচত ৭৬টা উইকেট

এদিনীয়া- ৩৬খন মেচত ৬৪টা উইকেট

টি-২০- ১০খন মেচত ১৬টা উইকেট

আই পি এল- ১৬২খন মেচত ১৭৪টা উইকেট

Tags: #cricketAmit MishraInternational CricketLeg SpinnerRetirement

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025