• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      এলাৰ্মৰ শব্দত সাৰ পোৱা লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সম্ভাৱনা অধিক! অধ্যয়নত প্ৰকাশ পাইছে ডাঙৰ তথ্য

      Nation NE by Nation NE
      October 22, 2024
      in Top News, বিনোদন
      0 0
      এলাৰ্মৰ শব্দত সাৰ পোৱা লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সম্ভাৱনা অধিক! অধ্যয়নত প্ৰকাশ পাইছে ডাঙৰ তথ্য
      Share on FacebookShare on TwitterWhatsApp

      এসময়ত মানুহে ৰাতিপুৱা কুকুৰাৰ ডাক শুনি সাৰ পাইছিল, কিন্তু বৰ্তমান সময়ত মানুহে ৰাতিপুৱাৰ এলাৰ্মৰ শব্দতহে মানুহে সাৰ পায়।আধুনিকতাই আমাৰ জীৱনটোও সহজ কৰি তুলিছে, যদিও ই বিভিন্ন ৰোগৰো সৃষ্টি কৰিছে।

      এই তালিকাত এলাৰ্ম ঘড়ীৰ নামটোও সংযুক্ত কৰা হৈছে। ৰাতিপুৱা এই কোলাহলপূৰ্ণ মেচিনে আমাৰ টোপনি বিঘ্নিত কৰাই নহয়, উচ্চ ৰক্তচাপৰ দৰে ৰোগৰো সৃষ্টি কৰিছে।

      এক গৱেষণাৰ মতে, এলাৰ্মৰ শব্দত সাৰ পোৱা লোকৰ উচ্চ ৰক্তচাপৰ আশংকা বেছি। শেহতীয়া এক গৱেষণা অনুসৰি, এলাৰ্মৰ শব্দত সাৰ পালে ৰক্তচাপৰ সম্ভাৱনা অধিক হয়, যাৰ ফলত ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

      এই গৱেষণাৰ পৰা দেখা গৈছে যে, এলাৰ্মৰ শব্দত সাৰ পোৱা লোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা এলাৰ্ম ঘড়ী নথকা লোকতকৈ ৭৪ শতাংশ বেছি।

      উচ্চ ৰক্তচাপ কিয় বাঢ়ে?

      এই গৱেষণাত বিচাৰি উলিওৱা হৈছে যে, কাৰোবাক টোপনিৰ পৰা বলপূৰ্বকভাৱে জগাই দিলে উচ্চ ৰক্তচাপ বৃদ্ধি পায়, য’ত আপোনাৰ এলাৰ্ম ঘড়ীও অন্তৰ্ভুক্ত হৈ থাকে। এই শব্দ শুনি মানুহে সোনকালে সাৰ পাবলৈ চেষ্টা কৰিলে ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ উপৰিও ৰাতিপুৱা ৰক্তচাপ বৃদ্ধিৰ বাবে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়।

      এই সন্দৰ্ভত দুদিন ধৰি ৩২ জন লোকৰ ওপৰত অধ্যয়ন কৰা হৈছিল। প্ৰথম কেইদিনমান তেওঁলোকক কোনো এলাৰ্ম নোহোৱাকৈ স্বাভাৱিকভাৱে সাৰ পাবলৈ কোৱা হৈছিল। কিছুদিন পিছত পাঁচ ঘণ্টা টোপনিৰ পিছত তেওঁক জগাই তুলিবলৈ এলাৰ্ম ছেট কৰিবলৈ কোৱা হ’ল। এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, এলাৰ্ম ঘড়ীত বলপূৰ্বকভাৱে জগাই তোলা লোকৰ ৰক্তচাপ স্বাভাৱিকভাৱে সাৰ পোৱা লোকতকৈ ৭৪ শতাংশ বেছি হয়।

      অৱশ্যে এই গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে, এক সুৰীয়া শব্দ শুনি সাৰ পালে ই আমাক মানসিকভাৱে সুস্থ কৰি ৰাখে। গতিকে এই গৱেষণাত কোৱা হৈছে যে, আমি এলাৰ্ম ছেট কৰি উঠি উঠাৰ অভ্যাস সলনি কৰি স্বয়ংক্ৰিয়ভাৱে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে।

      Tags: AlarmHigh Blood PressureLifestyle

      Related Posts

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি  ল’লে হামাছৰ শীৰ্ষ নেতাক
      Top News

      September 10, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ
      Top News

      প্ৰধানমন্ত্ৰীৰ পদত্যাগ, সেনাই ল’লে দায়িত্ব, ৪৮ ঘণ্টাৰ ভিতৰতে নেপালত উত্তপ্ত পৰিস্থিতি…

      September 10, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      শীৰ্ষ সংবাদ

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি ল’লে হামাছৰ শীৰ্ষ নেতাক

      প্ৰধানমন্ত্ৰীৰ পদত্যাগ, সেনাই ল’লে দায়িত্ব, ৪৮ ঘণ্টাৰ ভিতৰতে নেপালত উত্তপ্ত পৰিস্থিতি…

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist