• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দক্ষিণ কোৰিয়াৰ লেখক হেন কাঙলৈ সাহিত্যৰ নোবেল বঁটা

Nation NE by Nation NE
October 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দক্ষিণ কোৰিয়াৰ লেখক হেন কাঙলৈ সাহিত্যৰ নোবেল বঁটা
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ কোৰিয়াৰ লেখক হেন কাঙে ২০২৪ চনৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। তেওঁ এই বঁটা লাভ কৰিছে তেওঁৰ গভীৰ কাব্যিক গদ্যৰ বাবে। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে ‘দ্য ভেজেটেৰিয়ান, দ্য হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ’।

‘মানৱ জীৱন সম্বন্ধীয় কথা কবিতা’ৰ বাবে প্ৰদান কৰা হৈছে নোবেল বঁটা। নোবেল বঁটা বিজয়ী হান কাঙৰ জন্ম হৈছিল ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজু চহৰত। ৯ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ছিউললৈ স্থানান্তৰিত হৈছিল। সাহিত্যিক পটভূমিৰ পৰা অহা তেখেতৰ পিতৃ এজন বিশিষ্ট ঔপন্যাসিক। লেখাৰ সমান্তৰালকৈ তেওঁ শিল্প আৰু সংগীতৰ প্ৰতিও নিজকে উৎসৰ্গা কৰিছে।

২০১৫ চনত প্ৰকাশ পোৱা ‘দ্য ভেজেটেৰিয়ান’ নামৰ উপন্যাসখনৰ বাবে হান কাঙে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৰ লাভ কৰিছিল।

১৯৯৩ চনত ‘মুনক গ্ৱা চাহো’ সাহিত্য আৰু সমাজৰ শীতকালীন সংখ্যাত ‘উইণ্টাৰ ইন চিউল’কে ধৰি পাঁচটা কবিতা প্ৰকাশ কৰি কবি হিচাপে সাহিত্য ক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। পিছৰ বছৰত তেওঁ ঔপন্যাসিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।

১৯৯৫ চনত য়েওছু (মুঞ্জি পাব্লিছিং কোম্পানী) শীৰ্ষক তেওঁৰ প্ৰথম চুটিগল্প সংকলন প্ৰকাশ কৰে। ১৯৯৮ চনত আৰ্টছ কাউন্সিল কোৰিয়াৰ সহযোগত আইঅ’ৱা বিশ্ববিদ্যালয়ত তিনিমাহ ধৰি আন্তঃৰাষ্ট্ৰীয় লেখা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Tags: Han KangLiteratureNobel PrizeSouth Korea

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025