• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এগৰাকী মহিলাই নিজৰ ইচ্ছা অনুসৰি বিবাহিত পুৰুষৰ সৈতে লিভ ইনত থাকিব পাৰে! উচ্চ ন্যায়ালয়ে কয়- ‘এনে কোনো আইন নাই…’

Nation NE by Nation NE
August 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এগৰাকী মহিলাই নিজৰ ইচ্ছা অনুসৰি বিবাহিত পুৰুষৰ সৈতে লিভ ইনত থাকিব পাৰে! উচ্চ ন্যায়ালয়ে কয়- ‘এনে কোনো আইন নাই…’
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, এগৰাকী মহিলাই নিজৰ ইচ্ছামতে বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে। ইতিমধ্যে বিয়া হোৱা পুৰুষৰ লগত নাৰীক থাকিবলৈ কোনো আইন নাই। আদালতে লগতে কয় যে, যদি ব্যক্তি এজনে বিবাহৰ পিছতো যদি আন এগৰাকী নাৰীৰ সৈতে লিভ ইন থাকিব বিচাৰে, তেন্তে প্ৰথম পত্নীয়েহে এই গোচৰ ৰুজু কৰিব পাৰিব। নৈতিকতাৰ বিষয়ত হস্তক্ষেপ নকৰে বুলি মধ্যপ্ৰদেশ আদালতে জানিবলৈ দিয়ে।

দৰাচলতে এক আবেদনৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে, কোনো আইনে বিবাহিত পুৰুষৰ সৈতে মহিলাক থাকিবলৈ বাধা নিদিয়ে। লগতে আদালতে কয় যে, নিজৰ সিদ্ধান্ত ল’বলৈ সক্ষম হোৱা মহিলাক বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াব নোৱাৰি, যদিহে তেওঁৰ বয়স ওঠৰ বছৰৰ ওপৰত হয়, তেন্তে তেওঁ যি বিচাৰে তেওঁৰ লগত থাকিব পাৰে।

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি, ১৮ আগষ্টত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তত মহিলাগৰাকী প্ৰাপ্তবয়স্ক আৰু কাৰ লগত থাকিব বিচাৰে সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে বুলি কয়। আদালতে লগতে কয় যে এগৰাকী মহিলাক বিবাহিত পুৰুষৰ সৈতে থাকিবলৈ বাধা দিয়া কোনো আইন নাই। নৈতিকতাৰ সৈতে জড়িত বিষয়ত আদালতে কোনো যুক্তি দিব নোৱাৰে আৰু মহিলাগৰাকীয়ে যিজনৰ লগতেই থাকিব বিচাৰে, তেওঁৰ সৈতে থাকিবলৈ অধিকাৰ আছে বুলি বিশ্বাস কৰে।

Tags: Chhattisgarhlive-in-relationMadhya Pradesh

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025