• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি পেৰিছত লাভলীনাৰ খেল; দেশবাসীৰ আশা, বজ্ৰকন্যাই আজুৰি আনক স্বৰ্ণ…

Nation NE by Nation NE
July 31, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, উত্তৰ পূৱ, ক্ৰীড়া
0 0
আজি পেৰিছত লাভলীনাৰ খেল; দেশবাসীৰ আশা, বজ্ৰকন্যাই আজুৰি আনক স্বৰ্ণ…
Share on FacebookShare on TwitterWhatsApp

আজি পেৰিছ অলিম্পিকত ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা বৰগোঁহাই। ৭৫ কেজি শাখাত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন।

লাভলীনা বৰগোঁহাইৰ খেলখনক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে। সকলোৱে লাভলীনাই স্বৰ্ণ জয় কৰাৰ বাবে কামনা কৰিছে। যাৰবাবে লাভলীনা বৰগোঁহাইক সকলোৱে শুভকামনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ ত ইতিহাস ৰচনা কৰিছিল লাভলীনাই। ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দখল কৰে লাভলীনাই। ইয়াৰ লগে লগে লাভলীনাই অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।

একেদৰে, ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে লাভলীনা বৰগোঁহায়ে। মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। তাৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে লাভলীনাই।

সমান্তৰালকৈ ২০২০ চনৰ মাৰ্চত জৰ্দানত অনুষ্ঠিত হোৱা এছিয়া আৰু অচেনিয়া অলিম্পিক কোৱালিফিকেচন টুৰ্ণামেণ্টত উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় লাভলীনা। এই খেলখনত লাভলীনাই চীনৰ গু হঙৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

Tags: #AssamLovlina games todayLovlinaborhainperish olympic

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025