• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      খহি পৰিল তিনি মহলীয়া অট্টালিকা; মৃত্যুৰ সংখ্যা ৮ লৈ বৃদ্ধি, গুৰুতৰভাৱে আহত ২৮ জন

      Nation NE by Nation NE
      September 8, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      খহি পৰিল তিনি মহলীয়া অট্টালিকা; মৃত্যুৰ সংখ্যা ৮ লৈ বৃদ্ধি, গুৰুতৰভাৱে আহত ২৮ জন

      সংগৃহীত ফটো

      Share on FacebookShare on TwitterWhatsApp

      উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এটা তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এতিয়ালৈকে এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে যদিও ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ অভিযান এতিয়াও চলি আছে।

      জানিব পৰা মতে এই দুৰ্ঘটনাত প্ৰায় ২৮ জন লোক আহত হৈছে আৰু তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

      লাভ কৰা তথ্য অনুসৰি দেওবাৰে পুৱা উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰাৰ পিছত লক্ষ্ণৌ অট্টালিকা ভাঙি পৰা কাণ্ডত মৃত্যুৰ সংখ্যা আঠলৈ বৃদ্ধি পায়।

      পৰিবহন নগৰ অঞ্চলত অৱস্থিত ভাঙি পৰা অট্টালিকাটোত এটা গুদাম আৰু মটৰ কৰ্মশালা আছিল। প্ৰশাসনৰ শীৰ্য বিষয়া জি এছ নবীনৰ মতে, উদ্ধাৰ অভিযানৰ সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ৰাজ কিশোৰ (২৭), ৰুদ্ৰ যাদৱ (২৪) আৰু জগৰুপ সিং (৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে।

      জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এতিয়া এই ধ্বংসাৱশেষত যাতে আন কোনো লোক আবদ্ধ হৈ নাথাকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। ‘হাৰমিলাপ বিল্ডিং’ নামেৰে চিনাক্ত কৰা অট্টালিকাটো ঔষধ ব্যৱসায়ৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিল।

      উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, প্ৰায় চাৰি বছৰ পূৰ্বে নিৰ্মিত এই অট্টালিকাটোত নিৰ্মাণ কাৰ্য্য চলি থকাৰ সময়তে অট্টালিকাটো ভাঙি পৰে। ঘটনাৰ সময়ত অধিকাংশ লোকেই তলৰ মহলাত কাম কৰি আছিল।

      Tags: Building CollapseUttar Pradesh

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      শীৰ্ষ সংবাদ

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist