• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

Nation NE by Nation NE
September 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?
Share on FacebookShare on TwitterWhatsApp

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দেশজুৰি দুৰ্গোৎসৱ উদযাপনৰ বাবে চলিছে তীব্ৰ প্ৰস্তুতি। লগতে ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীসকলৰো। ইয়াৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে পূজা মণ্ডপ তৈয়াৰ কৰা শিল্পীসকলৰ।

এইবাৰ ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব মহালয়া। মহালয়াত মা দুৰ্গা ধৰালৈ নামি আহে বুলি কোৱা হয়।‌ আৰু দশমী তিথি পৰ্যন্ত ধৰাতে থাকে মা দুৰ্গা। প্ৰতি বছৰে দুৰ্গা দেৱীৰ আগমণ আৰু গমন বেলেগ বেলেগে হয়। সাধাৰণতে চাৰি প্ৰকাৰৰ বাহনেৰে দেৱী দুৰ্গাৰ আগমন আৰু গমন কৰে। সেয়া হৈছে হাতী, ঘোঁৰা, নাও আৰু দোলা। কোৱা হয় যে, দেৱী দুৰ্গাৰ আগমন আৰু গমন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। দেৱী দুৰ্গা কিহত আহিব আৰু যাব সেয়া প্ৰকৃতিৰ পৰিৱৰ্তনে আগজাননী দিয়ে।

বিশ্বাস অনুসৰি, দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থান সময়ৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস অনুসৰি, দোলাত দেৱী দুৰ্গাৰ আগমন বা গমন হ’লে ধৰাত মহামাৰী আশংকা বৃদ্ধি পাই বুলি কোৱা হয়। দেৱীৰ দোলাত আগমন বা প্ৰস্থান মহামাৰী, ভূমিকম্প বা অতিমৃত্যুৰ সূচক। একেদৰে নাও হৈছে পানীৰ সৈতে জড়িত। কোৱা হয় যে, যদি দেৱী দুৰ্গাৰ নাৱেৰে আগমন বা প্ৰস্তান হয়, তেন্তে তেন্তে ই পানীৰ সৈতে জড়িত ঘটনাৰ সূচক, যেনে বান, যাৰ ফলত শস্য পথাৰত পলি পৰি শস্যৰ উৎপাদন বাঢ়িব পাৰে। 

ইফালে, ঘোঁৰাত যদি আগমন হয় বা প্ৰস্থান কৰে, তেন্তে ধ্বংস, বিভাজন বা ধ্বংসাত্মক কাৰ্যৰ আশংকা বৃদ্ধি পায় বুলি কোৱা হয়। লগতে ই সামাজিক ও ৰাজনৈতিক অস্থিৰতা, যুদ্ধ বা বিপ্লৱৰ ইঙ্গিত দিয়ে। একেদৰে হাতীত দেৱী দুৰ্গাৰ আগমন বা প্ৰস্থান হ’লে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বসুন্ধৰা শস্যৰে ভৰপূৰ হোৱাৰ লগতে ধন-সম্পত্তিও বৃদ্ধি হয় বুলি কোৱা হয়।

সেই অনুসৰি, এইবাৰ দেৱী দুৰ্গাৰ হাতীত আগমন হ’ব। ইয়াৰ ফলত পথাৰত ভাল ফচল তথা শস্য উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ মা দুৰ্গা দোলাত যাত্ৰা কৰিব। ফলত মহামাৰী তথা বিভিন্ন জটিল ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে। চলিত বছৰত আগমন শুভ হ’ব পাৰে যদিও প্ৰস্থান শুভ নহ’বও পাৰে।

Tags: DurgapujaWorship

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025