• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেৱেন্দ্ৰ ফাড়নাৱিশৰ কেবিনেটত কোন কোন নেতা মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব?

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশ, বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নাৱিশ। ইয়াৰ পিছত এতিয়া সকলোৰে চকু কেবিনেটৰ ওপৰত নিৱদ্ধ।

বৃহস্পতিবাৰে অৰ্থাৎ ৫ ডিচেম্বৰৰ সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাৱিশে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্ধিয়া ৫:৩০ বজাত মুম্বাইৰ আজাদ ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। একে সময়তে তেওঁৰ সহযোগী একনাথ সিণ্ডে আৰু অজিত পাৱাৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও বিজেপি নেতৃত্বাধীন মহাযুটীৰ সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে।

বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ প্ৰায় দুসপ্তাহৰ পিছত ২৩ নৱেম্বৰত আজাদ ময়দানত এই কাৰ্যসূচী আয়োজন কৰা হৈছিল। নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা দেৱেন্দ্ৰ ফাড়নাৱিশ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

তথ্য অনুসৰি মহাযুটী মিত্ৰজোঁটে কেবিনেট বিভাজন সন্দৰ্ভত এক সূত্ৰ তৈয়াৰ কৰিছে। এইটো সূত্ৰ ৬-১ৰ। অৰ্থাৎ প্ৰতি ৬ জন বিধায়কৰ বাবে এটাকৈ মন্ত্ৰী পদ দিয়া হ’ব। এই ভিত্তিত বিজেপিয়ে ২০ৰ পৰা ২২টা মন্ত্ৰী পদ পাব পাৰে। একনাথ সিণ্ডে ফৈদে ১২টা মন্ত্ৰী পদ পোৱাৰ বিপৰীতে অজিত পাৱাৰ ফৈদে ৯ৰ পৰা ১০টা মন্ত্ৰী পদ পাব পাৰে।

বিজেপিৰ সম্ভাৱ্য মন্ত্ৰী-

  • দেৱেন্দ্ৰ ফাড়নাবিশ (মুখ্যমন্ত্ৰী)
  • ৰাধাকৃষ্ণ বিখে-পাটিল
  • সুধিৰ মুংগনতিৱাৰ
  • চন্দ্ৰকান্ত পাটিল
  • গিৰীশ মহাজন
  • সুৰেশ খাদে
  • ৰবীন্দ্ৰ চাৱন
  • অতুল চেভ
  • মংগল প্ৰভাত লোধা
  • ৰাহুল নাৰ্ভেকাৰ
  • জয়কুমাৰ ৰাৱাল
  • চন্দ্ৰশেখৰ বাৱনকুলে
  • বাবনৰাও লনিকৰ
  • পংকজ মুণ্ডে
  • দেৱানী ফৰাণ্ডে
  • কিছান কাঠোৰ
  • নিতেশ ৰাণে
  • আশীষ শ্বেলাৰ
  • সম্ভাজী নীলাংগেকাৰ
  • ৰাহুল বংশ

শিৱসেনাৰ সম্ভাৱ্য মন্ত্ৰী–

  • একনাথ সিণ্ডে (উপ মুখ্যমন্ত্ৰী)
  • গুলাব্ৰাউ পাটিল
  • দাদাৰ খোলা
  • সঞ্জয় ৰাথোদ
  • উদয় সামন্ত
  • তনাজী সামন্ত
  • আব্দুল ছাত্তাৰ
  • দীপক কেছাৰকাৰ
  • শম্ভুৰাজ দেশাই
  • ভাৰতেছেঠ গগাঁও
  • অৰ্জুন খোটকাৰ
  • সঞ্জয় শিৰসত
  • যোগেশ কদম

এন চি পিৰ সম্ভাৱ্য মন্ত্ৰী-

  • অজিত পাৱাৰ (উপ মুখ্যমন্ত্ৰী)
  • ধনঞ্জয় মুণ্ডে
  • দিলীপ ৱালছ-পাটিল
  • ছগন ভুজবাল
  • হাছান মুশ্বৰীফ
  • ধৰ্মৰাও আত্ৰম
  • অদিতি তাটকাৰে
  • অনিল পাটিল
  • ৰাজকুমাৰ বদোলে
  • মণিকৰাও কোকাতে

শুকুৰবাৰ, ৬ ডিচম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ ‘প্ৰটেম অধ্যক্ষ’ হিচাপে শপত গ্ৰহণ কৰিব বিজেপিৰ বিধায়ক কালিদাস কোলামবকাৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শপত গ্ৰহণ কৰিব কোলামবকাৰে। ৯ বাৰৰ বিধায়ক কোলাম্বকাৰে পুৱা পিটিআই-ভাষাৰ সৈতে কথা পাতি থকা অৱস্থাত নিশ্চিত কৰে যে তেওঁ দিনৰ ১ বজাত ৰাজভৱনত ‘প্ৰটেম অধ্যক্ষ’ হিচাপে শপত গ্ৰহণ কৰিব।

‘প্ৰটেম অধ্যক্ষ’ হিচাপে তেওঁ ২৮৮গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত গ্ৰহণ কৰাৰ লগতে ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১৫ নং বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ সময়ত বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন পৰিচালনা কৰিব।

অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন, তাৰ পিছত দেৱেন্দ্ৰ ফাড়নাৱিশৰ নেতৃত্বত গ্ৰেণ্ড এলায়েন্স চৰকাৰে ট্ৰাষ্ট ভোট লাভ কৰিব।

Tags: Chief ministerDevendra FadavisMaharashtra

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025